• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না ভাইৰাছত দেশত দ্বিতীয় গৰাকী লোকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2020 7:41 am
coronavirus

কৰ'না ভাইৰাছ প্ৰতিৰোধী মাস্ক

1.5k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছত ভাৰতত দ্বিতীয় গৰাকী লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে নিশা দেশৰ ৰাজধানী দিল্লীত এগৰাকী ৬৯ বৰ্ষীয় মহিলাৰ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

কৰ’না ভাইৰাছৰ লগতে ডায়াবেটিছ আৰু হাইপাৰ টেনশ্যনত আক্ৰান্ত মহিলা গৰাকীক চিকিৎসাৰ বাবে দিল্লীৰ মনোহৰ লোহিয়া হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল যদিও শুকুৰবাৰে নিশা মৃত্যু হয় মহিলা গৰাকীৰ।

মহিলা গৰাকীৰ মৃত্যুৰ লগে লগে কৰ’না ভাইৰাছৰ ফলত ৰাজধানী দিল্লীত প্ৰথমগৰাকী লোকৰ মৃত্যু হয়।

ইয়াৰ পূৰ্বে ১২ মাৰ্চত কৰ্ণাটকত দেশৰ প্ৰথম গৰাকী কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

উল্লেখযোগ্য যে, দিল্লীত মৃত্যু হোৱা মহিলা গৰাকীৰ পুত্ৰই অলপতে বিদেশ ভ্ৰমণৰ পৰা আহিছিল আৰু কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

পুত্ৰ কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ সকলো লোক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰে আৰু চিকিৎসাধীন হ’বলগীয়া হয়।

‘‘আমি মহিলা গৰাকীক বচাবৰ বাবে প্ৰয়োজনীয় সকলো চেষ্টা কৰিছিলো যদিও তেওঁ ডায়াবেটিছ আৰু হাইপাৰ টেনশ্যনত আক্ৰান্ত হোৱা বাবে পৰিস্থিতি জটিল হৈ পৰিছিল আৰু অবশেষত তেওঁ মৃত্যুক আকোৱালি লয়,’’ এগৰাকী চিকিৎসকে কয়।

ৰাজধানী দিল্লীত কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয়,  চলচ্চিত্ৰ গৃহ ৩১ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিছে অৰবিন্দ কেজৰিৱাল চৰকাৰে।

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ ফলত বৰ্তমানলৈ ৫০০০ গৰাকী লোকৰ মৃত্যু হৈছে।

Recent News

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd