• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইজিপ্তৰ পিৰামিডত আৱিস্কাৰ গোপন কৰিডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2023 4:28 pm
A hidden corridor inside the Great Pyramid of Giza that was discovered by researches from the the Scan Pyramids project by the Egyptian Tourism Ministry of Antiquities is seen in Giza, Egypt March 2, 2023. The Egyptian Ministry of Antiquities/Handout via REUTERS ATTENTION EDITORS - THIS IMAGE HAS BEEN SUPPLIED BY A THIRD PARTY MANDATORY CREDIT

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজিপ্তৰ ‘গ্ৰেট পিৰামিড অৱ গিজা’ত উদ্ধাৰ হৈছে এটা গোপন কৰিডৰ। ৪৫০০ বছৰ পুৰণি এই পিৰামিডটোৰ প্ৰধান প্ৰৱেশ পথৰ ওচৰত পুৰাতাত্বিকসকলে উদ্ধাৰ কৰিছে এটা দীঘলীয়া সুৰংগসদৃশ কৰিডৰ। জানিব পৰা এই সুৰংগটোৰ দৈৰ্ঘ ৩০ ফুট।

ইজিপ্তৰ প্ৰাচীন সম্পদ বিভাগৰ বিষয়া সকলে কয় যে এই কৰিডৰটোৱে নতুন তথ্য আৰু সমল উদ্ধাৰৰ সম্ভাৱনা দাঙি ধৰিছে।

লগতে পঢ়কঃ ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

২০১৫ চনৰে পৰা ইজিপ্তৰ স্কেন পিৰামিড প্ৰজেক্টৰ অধীনত চলাই থকা অভিযানত আৱিস্কাৰ কৰা হৈছে এই কৰিডটো। ২০১৫ চনৰে পৰা এই প্ৰজেক্টৰ অধীনত ইজিপ্তৰ পিৰামিড সমূহৰ বিষয়ে অধিক সম্ভেদ লাভ কৰাৰ উদ্দেশ্যে ইনফ্ৰাৰে‘ড থাৰ্মগ্ৰাফি, থ্ৰী ডি ছিমুলেশ্যন, কস্মিক ৰে ইমেইজিঙকে ধৰি না না প্ৰযুক্তি ব্যৱহাৰ কৰি অভিযান চলাই অহা হৈছে।

লগতে পঢ়কঃ দিল্লী অভিমুখী বিমানত পুনৰ অঘটন! সহযাত্ৰীৰ গাত এইবাৰ মাতাল, শুই অহা যাত্ৰীৰ প্ৰস্ৰাৱ!

উল্লেখ্য যে গিজাৰ এই অতিকায় পিৰামিডটো নিৰ্মাণ কৰা হৈছিল খ্ৰীষ্ট পূৰ্ব প্ৰায় ২৫৬০ চনত। নিৰ্মাণৰ সময়ত এই পিৰামিডটোৰ উচ্চতা ১৪৬ মিটাৰ আছিল যদিও কালৰ সোঁতত ই বহি যোৱাৰ ফলত পিৰামিডটোৰ উচ্চতা বৰৰ্তমান ১৩৯ মিটাৰ। ১৮৮৯ চনত পেৰিচত আইফেম টাৱাৰ নিৰ্মাণ কৰা আগলৈকে এই পিৰামিডটোৱেই আছিল বিশ্বৰ আটাইতকৈ ওখ মানৱসৃষ্ট গাঁথনি।

লগতে পঢ়কঃ অৱশেষত পৰাজয় স্বীকাৰ ChatGPT ৰ; ভাৰতৰ ইউপিএছচি পৰীক্ষাত ফেইল ইলন মাস্কৰ চ্যাটবট

সম্প্ৰতি এই কৰিডৰটোৰ সম্পৰ্কে পুৰাতাত্বিক সকলে গৱেষণা চলাই আছে। গৱেষণাৰ পিছত হয়তো এই কৰিডৰটোৰ সম্পৰ্কে ওলাব পাৰে নতুন ঐতিহাসিক সমল বা নতুন তথ্য।

লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ বিধায়কৰ উদ্ভট মন্তব্য-‘গৰাকী বিহীন পথৰ কুকুৰবোৰ ভক্ষণৰ বাবে অসমলৈ পঠিয়াওক’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd