• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোট গণনাক কেন্দ্ৰ কৰি হাফলঙত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2019 9:33 pm
767
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অৰ্থাৎ ২৩ মে’ৰ পুৱা ৮ বজাৰ পৰা অসমৰ ১৪ টাকৈ লোকসভা সমষ্টিত আৰম্ভ হ’ব লোকসভা নিৰ্বাচনৰ ভোট গণনা । ফলত ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী তথা প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা। ইয়াৰ সমান্তৰালভাৱে হাফলঙত হ’ব লগীয়া ভোট গণনাৰ বাবে ডিমা হাচাও জিলা প্ৰশাসনেও গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

এই সন্দৰ্ভত হাফলং জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া অমিতাভ ৰাখোৱাই নিৰাপত্তাৰ দিশত অধিক গুৰুত্ব দিয়া বুলি জনোৱাৰ লগতে কাৰ্যালয়ৰ পৰা ২০০ মিটাৰলৈকে তিনিতৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে বুলিও জানিবলৈ দিয়ে।

এই নিৰ্দিষ্টি ২০০ মিটাৰৰ ভিতৰত কোনো ধৰণৰ যান-বাহন তথা সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে।

Recent News

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

বোকাখাতত “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

বোকাখাতত “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ! দুই কুকি গোটৰ মাজত হোৱা সংঘৰ্ষত নিহত ৫ বিচ্ছিন্নতাবাদী

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ! দুই কুকি গোটৰ মাজত হোৱা সংঘৰ্ষত নিহত ৫ বিচ্ছিন্নতাবাদী

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমালোচক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বিয়োগ

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমালোচক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd