• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনো বহি থকা নাই : বিধেয়কৰ বিৰুদ্ধে এইবাৰ জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
January 31, 2019 6:00 pm
IMG_20190131_125108

শিৱসাগৰৰ চাৰিঙত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদী সমদল। ফটো : নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ -২০১৬ ৰ দাবীত বৃহস্পতিবাৰে দুপৰীয়া শিৱসাগৰ জিলাৰ  চাৰিঙত জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত চাৰিংবাসীৰ সহযোগত এটি প্ৰতিবাদী সমদল  উলিওৱা হয় ৷

বহু কেইগৰাকী  অশীতিপৰ ব্যক্তিয়ে অংশ গ্ৰহণ কৰা প্ৰতিবাদী সমদলকাৰীসকলে “অসম চৰকাৰ হায় হায়”, ‘’নাগৰিকত্ব সংশোধনী বিধেক বাতিল কৰক’’, ‘’অসমৰ ভাষা, সংস্কৃতি ৰক্ষা কৰক’’ আদি শ্ল’গানেৰে চাৰিঙৰ ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদ স্থলীত যুৱ সমাজকৰ্মী, শিক্ষক শ্ৰীমন্ত দত্তই জাতিৰ এই সংকট মূহূৰ্তত ৰাজ্যৰ মুখ্য মন্ত্ৰীজনৰ নিৰৱ ভূমিকাক সমালোচনা কৰি কয় যে গাদীৰ স্বাৰ্থত দুমুখীয়া চৰিত্ৰ গ্ৰহণ কৰাৰ বাবেই এসময়ৰ জাতীয় নায়কজন আজি খলনায়কলৈ ৰূপান্তৰিত হৈছে ৷ অসমীয়া জাতিৰ স্বাৰ্থত খিলঞ্জীয়াৰ কাষত থিয় দিয়া হলে তেওঁ মহানায়ক হ’লহেতেন ৷

আনহাতে, চাৰিং শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুৱাৰাম খনিকৰে মাউখে উটিলে গুৰি পৰুৱাৰ মৰণ নাই বুলি উল্লেখ কৰি অসমৰ এই বীভৎস কাণ্ডটোৰ বিৰুদ্ধে অসমৰ ৰাইজ একে গতিৰে একেমুখে মাৰবান্ধি প্ৰতিবাদ কৰা উচিত বুলি মন্তব্য কৰে৷

তদুপৰি তেওঁ কয় যে অসম ৰাজ্যিক কৰ্মচাৰী পৰিষদে দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি  যি আহ্বান দিছে ই জাতিটোৰ বাবে অত্যন্ত শুভ লক্ষণ ৷ ৰাজ্য চৰকাৰে জাতিটোৰ সংকটৰ মুহূৰ্ত্তত সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিব পৰা হ’লে অসমত আজি এই  হায় হায় অৱস্থাৰ সৃষ্টি নহ’লহেঁতেন৷

বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে লগতে আমাৰ জাতীয় নায়কজনে উত্তৰ পূৰ্বাঞ্চলৰ  দুগৰাকী মুখ্য মন্ত্ৰীৰ দৰে প্ৰধান মন্ত্ৰীৰ ওচৰত বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাহস কৰা নাই কিয় বুলিও প্ৰশ্ন কৰে।

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd