• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিম্নগামী শ্বেয়াৰ বজাৰ! ছেনচেক্সত ১৪০০ পইণ্টৰ পতন

by
February 28, 2025 9:00 pm
171
VIEWS
Share on FacebookShare on Twitter

নিম্নগামী হৈছে শ্বেয়াৰ বজাৰ । শুকুৰবাৰে এছ এণ্ড পি বি এছ ই চেন্সেক্স আৰু নিফ্টি ৫০ দুয়োটাৰে মূল্য প্ৰায় ২% কৈ হ্ৰাস পাইছে, চেন্সেক্স ১৪০০ পইণ্টৰ ওপৰত আৰু নিফটি ২২,১৫০ পইণ্টৰ তললৈ নামিছে।

বিশ্ব বাণিজ্য যুদ্ধৰ আশংকা আৰু বিদেশী বিনিয়োগকাৰীৰ বিক্ৰী অব্যাহত  থকাৰ বাবে  শ্বেয়াৰ বজাৰত বিপৰ্যয়ৰ সূচনা হয়। ইয়াৰ ফলত বজাৰ মূল্যত প্ৰায় ৯ লাখ কোটি টকা লোকচান হয়।  সেয়ে বিএছই তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ বজাৰ মূল্য ৩৮৪.২২ লাখ কোটি টকালৈ বৃদ্ধি পায়।

নিফটি একেৰাহে পঞ্চমবাৰৰ বাবে মাহেকীয়া লোকচানৰ সন্মুখীন হোৱাত, বিগত ২৯ বছৰৰ ভিতৰত সৰ্বাধিক লোকচানৰ ধাৰাবাহিকতা দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত আই টিৰ ষ্টকতো যথেষ্ট প্ৰভাৱ পৰিছিল।

আমেৰিকাৰ এনভিডিয়াৰ ষ্টকৰ তীব্ৰ হ্ৰাসৰ পিছত নিফ্টি আই টিতো ৬.৫% হ্ৰাস পাইছিল। ইয়াৰোপৰি অটো, বেংকিং, মেটাল, ফাৰ্মাকে ধৰি অন্যান্য খণ্ডতো যথেষ্ট লোকচান দেখিবলৈ পোৱা গৈছে।

জিঅ’জিট ফাইনেন্সিয়েল চাৰ্ভিচেছৰ বিনোদ নায়াৰে বজাৰ হ্ৰাসৰ বাবে কানাডা, মেক্সিকো আৰু চীনৰ পৰা আমেৰিকাৰ আমদানিৰ ওপৰত শুল্ক লোৱাৰ লগতে ইউৰোপীযান ইউনিয়নৰ পৰা সম্ভাৱ্য শুল্কৰ আশংকাও জগৰীয়া বুলি উল্লেখ কৰে। নিফটিৰ অৱনতিৰ সৈতে বিশ্বৰ দুৰ্বল অৰ্থনীতিৰ ইংগিত বহন কৰিছে যদিও বিনিয়োগকাৰীসকলে এতিয়া ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে আগন্তুক তৃতীয় ত্ৰৈমাসিকৰ জিডিপি তথ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd