• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত বিজয় ৰথৰ চকা থমকিল ৭ বাৰৰ সাংসদ বীৰেণ সিং ইংতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2019 12:57 pm
Biren-Singh-Engti

বীৰেন সিং ইংতি। উৎস-ইণ্টাৰনেট

5.4k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত অন্ত পৰিল বীৰেণ সিং ইংতিৰ ৭ টা কাৰ্য্যকালৰ বাবে লোকসভালৈ কৰা যাত্ৰাৰ। ২০১৯ লোকসভা নিৰ্বাচনৰ মোদী ঢৌত স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টিত পৰাজয়ৰ সন্মুখিন হ’বলগীয়া হয় সাত বাৰৰ সাংসদ বীৰেণ সিং ইংতি।

২৩ মে’ত প্ৰকাশ পোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিৰ স্বায়ত্ত শাসিত জিলা সমষ্টিৰ প্ৰাৰ্থী হৰেণ সিং বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণ সিং ইংতিক ২,৩৯,৬২৬ টা ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

সমষ্টিটোত ভোটদান হোৱা মুঠ ৬,১৭,৭৩৫ টা ভোটৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৬১.৭৩ শতাংশ হাৰেৰে মুঠ ৩,৮১,৩১৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ বিগত সাত বাৰৰ সাংসদ প্ৰাৰ্থীগৰাকীয়ে ২২.৯৪ শতাংশ হাৰেৰে ১,৪১,৬৯০ টা ভোট লাভ কৰি পৰাজয়ৰ সন্মুখিন হয়।

আনহাতে, বিজয়ৰ পাছত উৎফুল্লিত হৈ পৰে বিজেপিৰ প্ৰাৰ্থী হৰেণ সিং বে। সংবাদ মাধ্যমৰ আগত সাংসদ হিচাপে নিৰ্বাচিত হোৱা বে তেওঁৰ জয়ৰ বাবে প্ৰথমে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।

মোদীৰ লগতে তেওঁ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলীৰাম ৰহাং আৰু সমূহ কাৰ্বি আংলঙৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে।

তদুপৰি, অনাগত দিনত স্বায়ত্ত শাসিত জিলা পৰিষদৰ উন্নয়নৰ বাবে সদায় কাম কৰি যাবলৈ তেওঁ বদ্ধ পৰিকৰ বুলি মন্তব্য কৰে।

Recent News

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd