• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভালপোৱা মানুহজনে আপোনাৰ ওপৰত খঙত আছে? জানি লওক অভিমান ভঙাৰ ৭টা উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2025 8:13 am
888
VIEWS
Share on FacebookShare on Twitter

প্ৰেমিক বা প্ৰেমিকাক ক্ষমা বিচৰাটো কেৱল নিজৰ দুখ প্ৰকাশ কৰাৰ উপায় নহয়, বৰঞ্চ তেওঁক দেখুৱাবলৈও এক সুযোগ যে তেওঁ আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ। দেখুৱাওক যে ভুলটো শুধৰাবলৈ আপুনি প্ৰতিশ্ৰুতিবদ্ধ। এইদৰে আপুনি কেৱল ক্ষমা বিচৰাই নহয়, সম্পৰ্কটোও শক্তিশালী কৰিব পাৰে। আপোনাৰ ক্ষমাপ্ৰাৰ্থনা আন্তৰিকতাৰে গ্ৰহণ কৰাত সহায় কৰিব, এনে ৭টা ফলপ্ৰসূ উপায়।

১. আন্তৰিকতাৰে ক্ষমা বিচাৰক

ক্ষমা খুজিলে সেয়া আন্তৰিকতাৰে কওক। চকুত চকু থৈ কওক, “ক্ষমা কৰি দিয়া, সঁচাকৈয়ে ভুল কৰিলোঁ।” আপোনাৰ ভুল স্পষ্টকৈ স্বীকাৰ কৰক আৰু শুধৰণি কৰাৰ প্ৰতিশ্ৰুতি দিয়ক।

 ২. এখন প্ৰেমৰ চিঠি এখন লিখক

হাতেৰে লিখা ক্ষমাপ্ৰাৰ্থনা পত্ৰ তেওঁৰ বাবে বিশেষ হ’ব পাৰে। নিজৰ অনুভৱবোৰ নিজৰ ভাষাত প্ৰকাশ কৰক আৰু তেওঁক কওক যে আপুনি তেওঁক কিমান গুৰুত্ব দিয়ে।

৩. চমকপ্ৰদ পৰিকল্পনা কৰক

তেওঁক সুখী কৰিবলৈ বিশেষ কিবা এটা কৰক, যেনে তেওঁৰ প্ৰিয় খাদ্য ৰন্ধা বা তেওঁক চুটি ভ্ৰমণলৈ লৈ যোৱা। ইয়াৰ দ্বাৰা দেখাব যে আপুনি আপোনাৰ ভুল শুধৰণি কৰিবলৈ চেষ্টা কৰিছে।

৪. তেওঁৰ বাবে এটা উপহাৰ বাছি লওক

আপুনি চিন্তাশীল উপহাৰ যেনে ফুল, চকলেট বা তেওঁৰ ভাল লগা কিবা এটা দি ক্ষমা বিচাৰিব পাৰে। উপহাৰৰ লগত এখন ক্ষমাপ্ৰাৰ্থনাৰ কাৰ্ড অন্তৰ্ভুক্ত কৰক।

৫. তেওঁক নিজৰ পছন্দৰ সময় দিয়ক

কেতিয়াবা ক্ষমা কৰিবলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হয়। তেওঁক অকলে থাকিবৱৈ দিয়ক আৰু তেওঁক চিন্তা কৰিবলৈ সময় দিয়ক। যেতিয়া তেওঁ সাজু হ’ব তেতিয়া কথা পাতিব।

৬. ধেমেলীয়া ধৰণেৰে ক্ষমা খুজক

তেওঁৰ মুখত হাঁহি ফুটাবলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, এটা ধেমেলীয়া মিম, ভিডিঅ’ বা এটা সুন্দৰ নৃত্যৰ সৈতে ক্ষমাপ্ৰাৰ্থনাৰ বাৰ্তা প্ৰেৰণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ লঘু আৰু যত্নশীল স্বভাৱ প্ৰকাশ পাব।

৭. তেওঁৰ কথা মনোযোগ দি শুনক

এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁক কিহে বিৰক্ত কৰিছে সুধিব আৰু ভালদৰে শুনিব। আপোনাৰ ভুলটো শুধৰাই দিবলৈ চেষ্টা কৰক আৰু আশ্বস্ত কৰক যে আপুনি আৰু এনেকুৱা নকৰে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd