• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বান-ভূমিস্খলনত বিপৰ্যস্ত ছিকিম, লাচুং-লাচেনত আৱদ্ধ সহস্ৰাধিক পৰ্যটক; এতিয়াও সন্ধানহীন ৮ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 12:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীস্তা নদীৰ প্ৰবল সোঁতৰ বাবে হালি পৰা ফিদাং দলংখন মেৰামতি কৰা হৈছে যদিও লাচুঙত আবদ্ধ হৈ থকা পৰ্যটকসকল আজি অৰ্থাৎ সোমবাৰেও গেংটকলৈ ঘূৰি আহিব নে নাই সেয়া নিশ্চিত নহয়।

বৰ্তমান লাচুঙত আবদ্ধ হৈ আছে ১২৭৬ জন দেশীয় পৰ্যটক। ইয়াৰে দুজন বিদেশী। আনহাতে, ১১২ জন বিদেশী পৰ্যটক লাচেনত আছে। মোবাইল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। অৱশ্যে খাদ্য সংকট নথকাৰ বাবে সকলো সুৰক্ষিত।

যোৱা বৃহস্পতিবাৰৰ নিশাৰ পৰা সন্ধানহীন হোৱা আঠজন পৰ্যটকৰ আজিও কোনো তথ্য পোৱা নাই। তীস্তা ইমানেই ওফন্দি উঠিছে যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকলে আজি উদ্ধাৰ কামো আৰম্ভ কৰিব নোৱাৰিলে। বৰষুণ, কুঁৱলী আৰু তীস্তাৰ প্ৰবল সোঁতৰ বাবে প্ৰশাসনিক কৰ্তৃপক্ষই গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে।

উত্তৰ ছিকিমৰ মংগনৰ আৰক্ষী অধীক্ষক সোণম ভূটিয়াই কয়, “পুৱাৰে পৰা উদ্ধাৰৰ কাম আৰম্ভ হৈছিল। দুপৰীয়াৰ পিছত তীস্তাৰ পানীৰ স্তৰ বৃদ্ধি পোৱাত আৰু আগুৱাই যোৱা সম্ভৱ নহ’ল। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ মতে এই প্ৰতিকূল বতৰ তৎক্ষণাত নাইকিয়া নহয়। উত্তৰ ছিকিমত আৰু কেইদিনমান এনেদৰে বৰষুণ চলি থাকিব। সেইবাবেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল আৱদ্ধ পৰ্যটকসকলক ঘূৰাই অনাটো।”

উত্তৰ ছিকিমত যোৱা কেইদিনমানৰ পৰা অবিৰতভাৱে বৰষুণ দি আহিছে। তীস্তা ইমানেই ওফন্দি উঠিছে যে প্ৰচণ্ড সোঁতে উটুৱাই লৈ যায় ফিদাং দলঙৰ এটা স্তম্ভ। একেদৰে লাচুঙৰ পৰা শংকালনলৈ যোৱা পথত ভূমিস্খলন সংঘটিত হৈছে। চুংথাং-লাচেন পথত ভয়ংকৰ পৰিস্থিতি। কমেও ৮ ঠাইত সংঘটিত হৈছে বিশাল ভূমিস্খলন। ভাৰত-চীন সীমান্তৰ সমীপৰ এটা বাইপাছ পথো অগম্য হৈ পৰিছে, কমেও চাৰিটা স্থানত ভূমিস্খলন সংঘটিত হৈছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, “আৱদ্ধ হৈ থকা পৰ্যটকসকলক তেওঁলোকৰ হোটেলত থাকিবলৈ কোৱা হৈছে। সোমবাৰে পুৱা পুনৰ ফিডাং দলং পৰিদৰ্শন কৰা হ’ব। ইয়াৰ পিছত আৱদ্ধ হৈ থকা পৰ্যটকসকলক লাচুঙৰ পৰা গেংটকলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হ’ব। লাচেনৰ পৰা পৰ্যটকসকলক ঘূৰাই আনিবলৈ আৰু কেইদিনমান সময় লাগিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd