• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নিয়মিত সম্ভোগে হ্ৰাস কৰে হৃদৰোগ ; নিয়ন্ত্ৰণত ৰাখে ৰক্তচাপ : কিদৰে সম্ভোগ কৰিলে লাভ কৰিব সুফল?

ফৰপ্লে ভাল যৌন সম্পৰ্কৰ এক অপৰিহাৰ্য অংশ। ই উত্তেজনা গঢ়ি তোলাত সহায় কৰে আৰু দুয়োজন সংগীৰ বাবে যৌন অভিজ্ঞতাক অধিক আনন্দদায়ক কৰি তোলে। চুমা, স্পৰ্শ, মৌখিক যৌন সম্পৰ্ক(oral sex) আৰু অন্যান্য ধৰণৰ উদ্দীপনামূলক কাৰ্যকলাপৰ জৰিয়তে ইজনে সিজনৰ শৰীৰ অন্বেষণ কৰক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 8, 2024 4:56 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌনতা জীৱনৰ এক এৰাব নোৱাৰা বিষয়। বংশ ৰক্ষাৰ লগতে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো যৌনতাৰ আছে বিশেষ ভূমিকা। ই কেৱল কামনা-বাসনা চৰিতাৰ্থ কৰাৰেই উপায় নহয়, যৌন সম্পৰ্কৰ আছে বিভিন্ন শাৰীৰিক উপকাৰ।

স্বাস্থ্যৱান হৈ থাকিবলৈ হ’লে নিয়মিত যৌন সম্পৰ্ক স্থাপন এক উত্তম উপায়। নিয়মিত আৰু সুস্থ যৌন সম্ভোগে নাৰী-পুৰুষৰ সম্পৰ্ক ৰঙীন কৰি ৰখাৰ লগতে মানসিক অশান্তিও দূৰ কৰে। ইয়াৰ উপৰিও হৃদতন্ত্ৰ আৰু ৰক্তচাপৰ লগতে সামগ্ৰিক স্বাস্থ্যৰ বাবে যৌন সম্ভোগ এক উত্তম উপায়।

জানো আহক যৌন সম্পৰ্কই কিদৰে হৃদতন্ত্ৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে?

১. শাৰীৰিক ব্যায়াম

যৌন সম্পৰ্কৰ বা শাৰীৰিক উত্তেজনাৰ ফলত কাৰ্ডিঅ’ভাস্কুলাৰ এক্সাৰচাইজ(হৃদতন্ত্ৰৰ ব্যায়াম) সম্পন্ন হয়। যাৰ ফলত যৌনতাই হৃদস্পন্দন বৃদ্ধি কৰে। লগতে যৌনতাই শৰীৰৰ কেলৰি নষ্ট কৰে। সেয়ে যৌন সম্ভোগক হৃদতন্ত্ৰৰ বাবে উপকাৰি বুলি গণ্য কৰা হয়।

২. মানসিক চাপ হ্ৰাস

যৌন কাৰ্য্যকলাপত লিপ্ত হ’লে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস হয়। এই এক অমিয়া আৰু স্বৰ্গীয় সুখ প্ৰদান কৰে। যাৰ ফলত মানসিক চাপ কমি যায়। যৌন কাৰ্যকলাপে মানসিক চাপ দূৰ কৰাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায়।

৩. এনডৰ্ফিনৰ মুক্তি

শাৰীৰিক কামনা বা যৌনক্ৰিয়াৰ ফলত শৰীৰে এণ্ড’ৰ্ফিন আৰু অন্যান্য “ভাল অনুভৱ”ৰ লগত জড়িত হৰম’ন নিৰ্গত কৰে। এই হৰমন নিঃসৰণ হোৱাৰ ফলত হৃদতন্ত্ৰৰ স্বাস্থ্য ভালে থকাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

৪. হৰম’নৰ উপকাৰিতা

যৌন সম্পৰ্কৰ সময়ত শৰীৰে অক্সিটচিন নামৰ হৰমন মুক্ত কৰে, যাক “প্ৰেমৰ হৰম’ন” বুলি জনা যায়। অক্সিট’চিনে ৰক্তচাপ কমোৱাত সহায় কৰিব পাৰে আৰু সুস্থতাৰ অনুভূতি বৃদ্ধি কৰিব পাৰে।

৫. টোপনিৰ উন্নতি

উচ্চৰক্তচাপ নিয়ন্ত্ৰণ আৰু হাৰ্ট এটেক ৰোধৰ বাবে ভাল টোপনি অতিকে প্ৰয়োজন। অনিদ্ৰাই ৰক্তচাপৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে হৃদতন্ত্ৰকো প্ৰভাৱিত কৰে। কিন্তু যৌন কাৰ্যকলাপে ভাল টোপনি অহাত সহায় কৰে। যিয়ে হৃদতন্ত্ৰ আৰু ৰক্তচাপৰ সমস্যা নিৰ্মূল কৰাত সহায় কৰে।

৬. তেজ চলাচল

 যৌন সম্পৰ্কৰ লগত জড়িত শাৰীৰিক কাৰ্য্যকলাপে ৰক্ত সঞ্চালন উন্নত কৰে। যিটো হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু সুস্থ ৰক্তচাপ বজাই ৰখাৰ বাবে উপকাৰী।

৭. নিয়মীয়া কাৰ্য্যকলাপ

নিয়মিত যৌন কাৰ্য্যকলাপে নিয়মীয়া ব্যায়ামৰ দৰেই কাম কৰে। নিয়মিত সু্স্থ যৌন সম্পৰ্ক বজাই ৰাখিব পাৰিলে ই দৈনিক ব্যায়ামৰ পৰিপূৰক হিচাপে কাম কৰে।

সুস্থ যৌন সম্পৰ্ক কেনেকৈ কৰিব?

সুস্থ যৌন সম্পৰ্কত শাৰীৰিক, আৱেগিক আৰু মানসিক কাৰকৰ সংমিশ্ৰণ জড়িত হৈ থাকে।  সুস্থ যৌন সম্ভোগৰ বাবে দুয়োজনৰে সন্মতি, ইচ্ছা, প্ৰেম, আৱেগ, সক্ৰিয়তা অতি দৰকাৰী। সুস্থ আৰু আনন্দদায়ক যৌন সম্পৰ্কৰ বাবে তলত কেইটামান কিটিপ আগবঢ়োৱা হ’ল –

১. সম্ভোগ সম্পৰ্কীয় ইচ্ছা, সীমা, আৰু পছন্দৰ বিষয়ে আপোনাৰ সংগীৰ সৈতে মুকলিকৈ কথা পাতক। ই দুয়োজনৰ সক্ৰিয়তা বৃদ্ধি কৰাৰ লগতে সম্পৰ্ক আনন্দদায়ক আৰু আৰামদায়ক কৰি তুলিব।

২. নিশ্চিত কৰক যে দুয়োজনই যৌন সম্পৰ্ক গঢ়িবলৈ ইচ্ছুক আৰু সন্মত।

৩. যৌন সম্ভোগৰ সময়ত আপোনাৰ সংগীৰ প্ৰতিক্ৰিয়াৰ প্ৰতি মনোযোগ দিয়ক। সংগীয়ে কি বিচাৰে আৰু কেনেদৰে বিচাৰে সেয়া মুকলিকৈ সোধক। সংগীৰ পচন্দৰ স্পৰ্শ, ষ্টাইল, সময়, ফেন্টাছী, পজিচন আদিৰ ওপৰত গুৰুত্ব দিয়ক।

৪. যৌন সম্পৰ্কৰ সনয়ত আৱেগিক ঘনিষ্ঠতা গঢ়ি তোলাটোৱে শাৰীৰিক আনন্দ বৃদ্ধি কৰিব পাৰে।

৫. সদায় শোৱা কোঠাতেই নহয়। মাজে মাজে যৌনতাৰ স্থান সলনি কৰক। পাকঘৰ, স্নানাগাৰ, ড্ৰয়িং ৰুম, হোটেল, আদি স্থানতো যৌন সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰক। এনে কৰিলে আমনি নালাগে আৰু নতুনত্ব অনুভৱ হ’ব।

৬. ফৰপ্লে ভাল যৌন সম্পৰ্কৰ এক অপৰিহাৰ্য অংশ। ই উত্তেজনা গঢ়ি তোলাত সহায় কৰে আৰু দুয়োজন সংগীৰ বাবে যৌন অভিজ্ঞতাক অধিক আনন্দদায়ক কৰি তোলে। চুমা, স্পৰ্শ, মৌখিক যৌন সম্পৰ্ক(oral sex) আৰু অন্যান্য ধৰণৰ উদ্দীপনামূলক কাৰ্যকলাপৰ জৰিয়তে ইজনে সিজনৰ শৰীৰ অন্বেষণ কৰক।

৭. নিজৰ শৰীৰ আৰু সংগীৰ শৰীৰটোৰ প্ৰয়োজনীয়তাক বুজিবলৈ চেষ্টা কৰক। কিদৰে কি কাৰ্যকলাপ কৰিলে অধিক আনন্দ আৰু উত্তেজনা অনুভৱ কৰে সেয়া পৰীক্ষা কৰক।

৮. যৌন সম্পৰ্কৰ অৱস্থান  (position) সম্পৰ্কে আলোচনা কৰক। দুয়োৰে বাবে আৰামদায়ক আৰু আনন্দদায়ক অৱস্থান বাছি লওক। নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰক। উল্লেখ্য যে কিছুমান বিশেষ যৌন অৱস্থানে উত্তেজনা, অৰ্গেজম আৰু আনন্দ প্ৰদানত বিশেষ অৰিহণা যোগায়।

৯. যৌন সম্পৰ্কৰ সময়ত যৌনতাৰ ছন্দ আৰু গতিৰ প্ৰতি মনোযোগ দিয়ক। দুয়োজন সংগীৰ বাবে যিটো ভাল লাগে সেই অনুসৰি সামঞ্জস্য স্থাপন কৰক। মাজে মাজে লেহেমীয়া আৰু মাজে মাজে গতি বৃদ্ধি কৰক।

১০. প্ৰয়োজন হ’লে যৌন সংক্ৰমণ (STI) আৰু অনাকাংক্ষিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ সুৰক্ষা (কণ্ডমৰ) ব্যৱহাৰ কৰক।

১১. সম্পৰ্ক গঢ়াৰ বাবে এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলক। কোমল পোহৰ, আৰামদায়ক বিচনা, আৰু ছন্দময় সংগীতে যৌন সম্পৰ্কত আনন্দ বৃদ্ধি কৰিব।

১২. গভীৰ আৰু শিথিল উশাহ-নিশাহে পুৰুষক বিচনাত দীৰ্ঘ সময়লৈকে টিকি থকাত সহায় কৰে। এই ক্ষেত্ৰত মন দিয়ক।

১২. যৌন সম্পৰ্ক শেষ হোৱাৰ পিছত দুয়ো ৰোমান্টিক কথা পাতক। চুম্বন কৰক। সাৱটি ধৰক। শুই নাথাকিব। যৌন সম্ভোগ শেষ হোৱাৰ পিছতো মৰম কৰিবলৈ এৰি নিদিব।

১৩.সম্ভোগৰ পিছত অভিজ্ঞতা সম্পৰ্কে কথা পাতক। আপুনি কি ভাল পাইছিল বা পৰৱৰ্তী সময়ত কি বেলেগ হ’ব পাৰে সেই বিষয়ে কথা পাতক। ইয়াৰ দ্বাৰা ভৱিষ্যতৰ অভিজ্ঞতা উন্নত হ’ব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd