• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত বিৰোধী ভাষণৰ বাবে নিজৰ দেশৰ ক্ৰিকেটাৰৰে সালোচনাৰ সন্মুখীন হ’ল আফ্ৰিদি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2020 6:51 am
20k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদিয়ে শেহতীয়াকৈ কৰা এটা মন্তব্যক লৈ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আফ্ৰিদিয়ে শেহতীয়াকৈ ভাৰত বিৰোধী শ্ল’গান দিয়াক লৈ ভাৰতৰ প্ৰাক্তন আ্‌ৰু বৰ্তমানৰ ক্ৰিকেটাৰৰ লগতে এগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰো সমালোচনাৰ সন্মুখীন হৈছে।

ভাৰত বিৰোধী শ্ল’গান দিয়াক লৈ ছাহিদ আ্‌ফ্ৰিদিক সমালোচনা কৰা নিজ দেশৰ ক্ৰিকেটাৰ গৰাকী হৈছে প্ৰাক্তন স্পিনাৰ দানিশ কানেৰিয়া।

কানেৰিয়াই কয় যে আফ্ৰিদিৰ মন্তব্যই দেশৰ ক্ৰিকেট মহলক লজ্জিত কৰি তুলিছে।

উল্লেখ্য যে আফ্ৰিদিয়ে পাক অধিকৃত কাশ্মীৰ আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি বিতৰ্কিতমূলক মন্তব্য কৰিছিল।

কানেৰিয়াই কয়, ‍‘ভাৰতৰ প্ৰধান মন্ত্ৰীক উদ্দেশ্যি আফ্ৰিদিয়ে এই মন্তব্য কৰিব নালাগিছিল। আচলতে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানেও বৰ্তমান তথা ভৱিষ্যতে ভাৰতক লৈ এই মন্তব্য নকৰে’।

‘আফ্ৰিদিয়ে ইমৰান খানৰ পৰা শিকাৰ প্ৰয়োজন আছে’ বুলিও কানেৰিয়াই মন্তব্য কৰে।

ইয়াৰ উপৰি কয়, ‍‘যিকোনো কথা কোৱাৰ আগত চিন্তা কৰি ল’ব লাগে। ৰাজনীতিলৈ আহিব বিচাৰিছে যদি ক্ৰিকেট এৰি দিব লাগে। এনেধৰণৰ ভাষণে ভাৰতৰ লগতে বিশ্বৰ সকলো প্ৰান্ততে পাকিস্তান ক্ৰিকেটৰ ছবি অনিষ্ট হয়’।

ইয়াৰ উপৰি কানেৰিয়াই কয় যে আপুনি প্ৰথমে সহায়ৰ আহ্বান জনালে আৰু সহায় পোৱাৰ পিছত সেই দেশ আৰু প্ৰধান মন্ত্ৰীক বেয়াকৈ ক’লে, এইটো কেনেধৰণৰ বন্ধুত্ব।

উল্লেখ্য যে আফ্ৰিদিৰ বিতৰ্কিত মন্তব্যৰ পিছতে ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিং, যুৱৰাজ সিং, গৌতম গম্ভীৰৰ লগতে কেইবাগৰাকীও ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰে তেওঁক সমালোচনা কৰিছিল।

Recent News

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd