• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 19, 2025 3:46 pm
145
VIEWS
Share on FacebookShare on Twitter

বজালী জিলাৰ সৰুপেটাত  সংঘটিত হৈছে এক পৈশাচিক কাণ্ড। এগৰাকী ১৯ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ বিৰুদ্ধে।

সূত্ৰ অনুসৰি, হত্যাকাৰীয়ে এই ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

আৰক্ষীৰ মতে, অভিযুক্ত আৰিফ আহমেদক জিম্মাত লোৱা হৈছে। খবৰ অনুসৰি যুৱতীগৰাকীয়ে শেহতীয়াকৈ এটা নতুন সম্পৰ্ক আৰম্ভ কৰিছিল, যিটো আৰিফে মানি ল’ব পৰা নাছিল। ঈৰ্ষা আৰু খঙৰ বশঃৱৰ্তী হৈ আৰিফে অতীতৰ সম্পৰ্কৰ অন্তৰংগ ফটো ব্যৱহাৰ কৰি যুৱতীগৰাকীক ব্লেকমেইলিং কৰি আহিছিল।

বিগত ১৫ বছৰ ধৰি আৰিফৰ বাসগৃহৰ ওচৰত বাস কৰি আহিছিল যুৱতীগৰাকীৰ পৰিয়াল। ঘটনাৰ নিশা প্ৰায় ৪ বজাত আৰিফে যুৱতীগৰাকীক ঘৰৰ বাহিৰলৈ মাতি আনি ধৰ্ষণ কৰাৰ লগতে ডিঙি চেপি হত্যা কৰে।

এই অপৰাধ ঢাকি ৰখাৰ বাবে আৰিফে কোঠা এটাত চিলিং ফেনত মৃতদেহ ওলোমাই নিজৰ হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা চলায়। অৱশ্যে ঘটনাস্থলীত তদন্তৰ সময়ত বজালী আৰক্ষীয়ে সত্য উন্মোচন কৰে।

ইতিমধ্যে অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত আছে।

Recent News

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd