• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপ্ৰতিৰোধ্য কৰ’না! শিৱসাগৰতো নতুনকৈ ৬১ গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 17, 2021 6:22 am
images.jpeg-11(4)

প্ৰতিনিধিত্বমূলক ফটো।

303
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো ক’ভিড আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। দেওবাৰে শিৱসাগৰত ৬১ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে।

ইপিনে জিলাখনৰ বাহিৰৰ ৮ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। দেওবাৰৰ দিনটোত মুঠ ১০২ গৰাকী কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ ঘৰলৈ উভতে।

জিলাখনত বৰ্তমান সময়লৈকে ৭৩১ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

ইয়াৰে ৫৯২ গৰাকী ব্যক্তি চিকিৎসকৰ পৰামৰ্শ মতে হোম আইছ’লেশ্যনত থকাৰ বিপৰীতে ৭৭ গৰাকী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত, ১৭ গৰাকী চাওলুং চ্যুকাফা হস্পাতালত, ৭ গৰাকী অ’এনজিচি হাস্পাতালত আৰু  ২৭ গৰাকী ডিমৌ পলিটেক্নিকত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ডিব্ৰুগড় মেডিকেল কলেজত ৫ গৰাকী আৰু অন্যান্য ব্যক্তিগত চিকিৎসালয়ত ৬ গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে।

দেওবাৰৰ দিনটোত ৬১ গৰাকী ক’ভিড মুক্ত ব্যক্তিক ঘৰলৈ যাবলৈ দিয়া হৈছে। জিলাখনত যোৱা ১ এপ্ৰিলৰ পৰা ১৬ মে লৈকে ১৯৫৫ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে।

ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অন্য জিলাৰ দৰে শিৱসাগৰতো প্ৰশাসনে দিনৰ ১১ বজাত সকলো দোকান পোহাৰ, শ্বপিং ম’ল,  দৈনিক বজাৰ, সপ্তাহিক বজাৰ, ব্যৱসায় প্ৰতিষ্ঠান আদি বন্ধ কৰাৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে।

ইয়াৰোপৰি জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, স্কুল কলেজ আদি বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে।

Tags: COVID-19

Recent News

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd