• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰস্থিত অসমৰ পুৰণি গীৰ্জা কেন্দ্ৰীয় ব্যাপ্তিষ্ট মণ্ডলীত গুডফ্ৰাইডে উদযাপন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 19, 2019 10:48 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে শিৱসাগৰতো গুডফ্ৰাই ডে’ পালন কৰা হয়। বিশ্বৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলো যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিনটো পবিত্ৰ শুকুৰবাৰ হিচাপে তথা গুডফ্ৰাই ডে’ হিচাপে পালন কৰে।

ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত থকা ১৭৫ বছৰীয়া পুৰণি গীৰ্জা কেন্দ্ৰীয় ব্যাপ্তিষ্ট মণ্ডলীত আজি উলহ মালহেৰে  গুড ফ্ৰাই ডে পালন কৰে। এই উপলক্ষে গীৰ্জাত  এক বিশেষ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। এই প্ৰাৰ্থনা সভাত গুড ফ্ৰাইডে উপলক্ষে বিশেষ বাৰ্তা প্ৰদান কৰে পালক মতি কলিতাই।

ৰিপন এন্দুৱে পৰিচালনা কৰা প্ৰাৰ্থনা সভাত শিৱসাগৰৰ লগতে বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক লোকে অংশ গ্ৰহণ কৰে। গুড ফ্ৰাইডে উপলক্ষে শিৱসাগৰ চহৰৰ খ্ৰীষ্টান কবৰস্থানত সমুহীয়া বন্তি প্ৰজ্বলন কৰা হয়।

উল্লেখযোগ্য যে প্ৰায় দুহেজাৰ বছৰৰ পূৰ্বে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ অৰ্থে প্ৰচেষ্টা চলোৱা যীচু খ্ৰীষ্টই আজিৰ দিনটোতেই মানুহৰ হাততেই ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল।

Recent News

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

ভুল বেজী দিয়াৰ বাবে ৫ জন ৰোগীৰ মৃত্যু: দেশজুৰি আলোড়নৰ সৃষ্টি

ভুল বেজী দিয়াৰ বাবে ৫ জন ৰোগীৰ মৃত্যু: দেশজুৰি আলোড়নৰ সৃষ্টি

হাৰ্ভাৰ্ডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ ট্ৰাম্পে লোৱা সিদ্ধান্তক লৈ মৌন ভাৰত চৰকাৰ! কংগ্ৰেছৰ তীব্ৰ সমালোচনা

হাৰ্ভাৰ্ডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ ট্ৰাম্পে লোৱা সিদ্ধান্তক লৈ মৌন ভাৰত চৰকাৰ! কংগ্ৰেছৰ তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd