• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ কোটিতকৈ কমতো দিব : সম্পত্তিৰ দাম কমাবলৈ প্ৰস্তুত প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
August 31, 2018 8:29 pm
siddeque-ahmed-570x320

আজি শিলচৰত সংবাদমেল দি সম্পত্তিৰ মূল্যৰ ক্ষেত্ৰত দৰদাম কৰিবলৈ সাজু বুলি কয় প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০ কোটি টকা পালে নিজৰ সকলো সম্পত্তি বিক্ৰী কৰি দিব বুলি দুদিন পূৰ্বে সংবাদমেল যোগে ঘোষণা কৰা প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদ সাজু হৈছে দামদৰ কৰাৰ বাবে। ১০ কোটি টকা নহয়, তাতকৈ কমতো দিব পাৰে মন্ত্ৰীজনে নিজৰ সকলো সম্পত্তি।

উল্লেখযোগ্য যে যোৱা ২৮ আগষ্টত মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই মন্ত্ৰীজনৰ নিলাম বজাৰৰ ঘৰত তালাচী চলোৱাৰ পিছতে কোনোবাই ১০ কোটি টকা দিলে নিজৰ সকলো সম্পত্তি বিক্ৰী কৰি দিব বুলি  ঘোষণা কৰিছিল।

কিন্তু আজি আবেলি শিলচৰ আৱৰ্ত ভৱনত মন্ত্ৰীজনে এখন সংবাদমেলত কয় যে তেওঁ সম্পত্তিৰ দামদৰ কৰিবলৈ সাজু আছে। ১০ কোটিতকৈ কমতো দিব পাৰে।

“মোৰ সম্পত্তিৰ মূল্য ১০ কোটিতকৈ বেছি নহয় আৰু মই তাতকৈ কম দামত দিবলৈও সাজু আছো।” এইদৰে কয় মন্ত্ৰীজনে।

উল্লেখযোগ্য যে মন্ত্ৰীজনৰ ঘৰত মুখ্য মন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলোৱাৰ পিছত নিজৰ সম্পত্তিৰ মূল্য ১০ কোটিয়েই নহয় বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰি আহিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজনে।

জানিব পৰামতে, মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই মন্ত্ৰীজনৰ নিজৰ নামৰ উপৰি তেওঁৰ পত্নী, জীয়েক, আৰু পুতেকসকলৰ নামত বিভিন্ন ঠাইত সম্পত্তিৰ হিচাপ লৈছিল।

ইফালে মন্ত্ৰীজনে ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত মনোনয়নপত্ৰত নিজৰ সম্পত্তিৰ পৰিমাণ ২ কোটি টকা বুলি উল্লেখ কৰিছিল।

“মই যোৱা তিনিদিনত অনুসন্ধানকাৰী দলক গুৱাহাটীৰ পৰাই টেলিফোনযোগে সম্পূৰ্ণ সহযোগিতা কৰিছো। মোৰ সম্পত্তিৰ পৰিমাণ ১০০০ কোটি টকা বুলি কোৱা হৈছে, যিটোৰ জৰিয়তে মানুহক বিপথে পৰিচালিত কৰা হৈছে। ইয়াত মই ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছো।” প্ৰাক্তন মন্ত্ৰীজনে কয়।

তেওঁ আকৌ কয়, “মই এটা খেতিয়ক পৰিয়ালৰ পৰা আহিছো। গতিকে মই ধানখেতি, ৰবৰ বাগান, ফিছাৰি আদিত বিনিয়োগ কৰিছো। যদি মই এইবোৰ দুৰ্নীতিৰ জৰিয়তে কৰিছো, তেন্তে প্ৰমাণ কৰক কি দুৰ্নীতি কৰি মই এইবোৰ কৰিছো।”

প্ৰাক্তন মন্ত্ৰীজনে তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত কংগ্ৰেছ, বিজেপি আৰু এ আই য়ু ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দল জড়িত থাকিব পাৰে। নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ঠাইত কোনোবাই সুযোগ উলিয়াবৰ বাবেই এইবোৰ কৰা বুলি তেওঁ অভিযোগ কৰে।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd