• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টি আও আন্তঃৰাষ্ট্ৰীয় গ’ল্ড কাপ : সঞ্জয়ৰ দুগ’লৰ সহায়ত ছেমিত প্ৰৱেশ ছিকিমৰ

ছিকিমে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক ২-১ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
February 26, 2019 8:37 am
Sikkim-750x375

ফটো : নৰ্থ-ইষ্ট নাও

600
VIEWS
Share on FacebookShare on Twitter

ড০ টি আও জন্ম শতবাৰ্ষিকী কমিটিৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হৈ থকা দ্বিতীয়সংখ্যক টি আও উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় এন ই চি (অনূৰ্ধ্ব ২১) গ’ল্ড কাপত ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে ছিকিমে।

সোমবাৰে গুৱাহাটীৰ ‘ছাই’ ফিল্ডত অনুষ্ঠিত নিজৰ শেষৰখন কোৱালিফায়িং খেলত ছিকিমে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক ২-১ গ’লত পৰাস্ত কৰে। ছিকিমৰ হৈ দুয়োটা গ’লে সঞ্জয় চোপেলে প্ৰদান কৰে।

প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ উপৰি কোৱালিফায়িং ৰাউণ্ডৰ অন্তত গ্ৰুপ-এৰ শীৰ্ষতো অধিষ্ঠিত হয় ছিকিম।

উল্লেখ্য যে তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত আৰম্ভণিতে ছিকিমে সঞ্জয় চোপেলৰ সহায়েৰে ১-০ৰ অগ্ৰগতি লয়। কিন্তু ছিকিমৰ এই অগ্ৰগতি বেছি সময়লৈ থাকিব নিদি বাংলাদেশে ৩০ মিনিটত গ’লটো পৰিশোধ কৰে আৰু ১-১ গ’লত সমাপ্ত হয় প্ৰথমাৰ্ধৰ খেল।

ইফালে দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাৰ লগে লগে ছিকিমে পুনৰ বাংলাদেশৰ শিবিৰত আক্ৰমণ চলোৱা পৰিলক্ষিত হয়। আৰু ৪৮ মিনিটত ছিকিমৰ হৈ সঞ্জয়ে দ্বিতীয়টো গ’ল কৰি দলক বিজয় লক্ষ্যত উপনীত কৰোৱায়।

মেচখনৰ অন্তত ছিকিমৰ মেনেজাৰ অৰ্জু ৰায়ে কয়, ‘এই মেচখনৰ গুৰুত্ব বুজি আমাৰ খেলুৱৈসকলে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক খেল খেলিছে’।

তেওঁ লগতে বাংলাদেশক প্ৰতিযোগিতাখনৰ আটাইতকৈ শক্তিশালী বিদেশী দল বুলি অভিহিত কৰাৰ লগতে অহা ২৭ ফেব্ৰুৱাৰিত হ’ব লগীয়া প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ছিকিমে সৰ্বোস্ব উজাৰি দিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে।

Recent News

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd