• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ সংক্ৰমণ; ছিংগাপুৰতো এমাহজোৰা বন্ধ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2020 9:05 am
Singapur PM

ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী

118.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী লি হেছেইন লঙে এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এমাহজোৰা বন্ধ ঘোষণা কৰে।

প্ৰধান মন্ত্ৰী গৰাকীয়ে ৭ এপ্ৰিল মঙলবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ঘোষণা কৰা বন্ধৰ সময়ত দেশত আত্যাৱশ্যকীয় সামগ্ৰীক বাদ দি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি উল্লেখ কৰে।

বহুকেইটা টুইটত ছিংগাপুৰ চৰকাৰে ছিংগাপুৰত ক্ৰমাৎ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাব ধৰিছে বুলি জনায়।

ছিংগাপুৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ স্থানীয় ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে বুলি ছিংগাপুৰ চৰকাৰৰ তৰফৰ পৰা সদৰী কৰা হয়।

‘‘প্ৰতিগৰাকী লোকক নিৰীক্ষণত ৰখাৰ পাছতো, ছিংগাপুৰৰ আধাসংখ্যক ক’ৰ’না ভাইৰাছৰ ঘটনা কোনোধৰণৰ লিংক নোহোৱাকৈ বৃদ্ধি পাইছে। এই সংক্ৰমণ বৃদ্ধি ৰোধৰ কৰাৰ ক্ষেত্ৰত ক’ৰ’না সংক্ৰমণৰ শিকলিডাল ভঙাৰ বাবে আমি এমাহ বন্ধ ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰো,’’ ছিংগাপুৰৰ প্ৰধান মন্ত্ৰীয়ে এইদৰে উল্লেখ কৰে।

আনহাতে, ছিংগাপুৰ চৰকাৰে কৰ্মচাৰী সকলক এই বন্ধৰ সময়ছোৱাত ঘৰৰ পৰা কাম কৰাৰ বাবে নিৰ্দেশ দিছে।

বিগত এদিনত ছিংগাপুৰত নতুনকৈ ৭৪ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত ছিংগাপুৰে চৰকাৰে বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লয়।

ছিংগাপুৰত এদিনত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৭৪ গৰাকী লোকৰ ভিতৰত সাত গৰাকী ভাৰতীয় নাগৰিক।

ছিংগাপুৰত বন্ধৰ সময়ছোৱাত বিদ্যালয়-মহাবিদ্যালয়কে ধৰি চৰকাৰী আৰু বেচৰকাৰী কাৰ্য্যালয় সমূহ বন্ধ থকাৰ বিপৰীতে প্ৰয়োজনীয় সামগ্ৰী যেনে- গেলামাল দোকান, বজাৰ, চিকিৎসালয়, পৰিবহন, ফাৰ্মাচী আদি খোলা থাকিব।

Tags: COVID19

Recent News

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd