• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কণ্ঠশিল্পী নীল আকাশে যোগদান কৰিব নেকি বিজেপিত? কি ক’লে স্পষ্টীকৰণত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 28, 2020 1:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত বহু গায়ক, অভিনেতা আৰু সাংস্কৃতিক কৰ্মীয়ে ৰাজনৈতিক দলত যোগদান কৰিছে।

জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে শুকুৰবাৰে দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলি কালিৰ দিনটোত বিভিন্ন সংবাদ মাধ্যমত এক বাতৰি প্ৰচাৰ হৈছিল।

তদুপৰি, সামাজিক মাধ্যমতো বিষয়টো অধিক চৰ্চিত হৈ পৰিছিল।

ইয়াৰ পাছতে শুকুৰবাৰে এক ফেচবুক লাইভযোগে এই বাতৰিৰ ওপৰত স্পষ্টীকৰণ দিয়ে কণ্ঠশিল্পী গৰাকীয়ে।

এই প্ৰচাৰ ভুৱা আখ্যা দি তেওঁ লগতে কয়, “মোক জন মানসত হেয় প্ৰতিপন্ন কৰিবলৈ একাংশই ষড়যন্ত্ৰ কৰিছে যাৰ বাবে এই ভুৱা প্ৰচাৰ চলাইছে।”

তেওঁ লগতে কয়, ”মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই আৰু নকৰো। মই গান গোৱা মানুহ, মানুহে মোক গানৰ বাবে ভাল পায়। মোৰ আটাইতকৈ ভালপোৱা কাম গান গোৱা । গতিকে কোনো ৰাজনৈতিক দলত যোগদান নকৰো” ।

এই  প্ৰচাৰৰ বাবে তেওঁ অত্যন্ত দুখ অনুভৱ কৰা বুলি উল্লেখ কৰে ।

“ৰাজনীতিত যোৱাৰ মোৰ কোনো ধৰণৰ ইচ্ছা নাই। এইক্ষেত্ৰত কিবা পদক্ষেপ ল’বলগীয়া হ’লে মই ৰাইজৰ পৰামৰ্শ লৈহে আগবাঢ়িম।” নীল আকাশে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

September 12, 2025 1:02 pm
গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

September 12, 2025 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd