• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত নতুনকৈ নিৰ্মাণ হ’ব ৬খন ফ্লাই অ’ভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2019 10:15 am
Fly over

প্ৰতিনিধিত্বমূলক চিত্ৰ

19.4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত পুনৰ নিৰ্মাণ হ’ব তিনিখন ফ্লাই অ’ভাৰ। যানজঁট-প্ৰৱণ এলেকা হিচাপে চিহ্নিত লখৰা, গৰচুক আৰু বশিষ্ট চাৰিআলিত নিৰ্মাণ হ’ব এই তিনিখন ফ্লাই অ’ভাৰ। সোমবাৰে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা জানিবলৈ দিয়ে।

সোমবাৰে মন্ত্ৰী পাটোৱাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ষ্টেট ৰোড চেফ্টি কাউন্সিলৰ বৈঠকত গুৱহাটীত এই তিনিখন ফ্লাই অ’ভাৰৰ উপৰি নগাঁও, বঙাইগাঁও আৰু ডিব্ৰুগড়তো একোখনকৈ ফ্লাই অ’ভাৰ নিৰ্মাণ কৰা হ’ব বুলি জনায়।

মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়া অনুসৰি এই ফ্লাই অ’ভাৰকেইখনৰ নিৰ্মাণৰ দায়িত্ব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণক দিয়া হৈছে।

ইয়াৰ উপৰি নতুনকৈ নিৰ্মাণ কৰিব লগীয়া সেঁতু কেইখনৰ ডি পি আৰ প্ৰস্তুত কৰি থকা হৈছে আৰু ছেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে।

উল্লেখ্য যে ডি পি আৰ প্ৰস্তুতৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই ফ্লাই অ’ভাৰ কেইখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে। চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব বুলি ধাৰণা কৰা হৈছে।

Recent News

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ

‘এট’ম বোমা’ ফুটোৱালে ৰাহুলে; ফাদিল কৰিলে বিজেপিৰ নিৰ্দেশত আয়োগৰ ভোট চুৰিৰ ৰহস্য

‘এট’ম বোমা’ ফুটোৱালে ৰাহুলে; ফাদিল কৰিলে বিজেপিৰ নিৰ্দেশত আয়োগৰ ভোট চুৰিৰ ৰহস্য

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd