• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ভাৰতত কৰ’না আতংক! আগ্ৰাত ছয়টা নতুন সন্দেহজনক ক’ৰনাভাইৰাছৰ ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2020 5:26 pm
index

প্রতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত আতংকৰ ছাঁ পেলাই ছয়টা নতুন সন্দেহজনক কৰ’নাভাইৰাছৰ(COVID-19) ঘটনা পোহৰলৈ আহিছে।এই ঘটনা আগ্ৰাৰ।

আগ্ৰাত নমুনা পৰীক্ষাৰ সময়ত কৰ’না আক্ৰান্ত ছয়টা ঘটনা চিনাক্ত কৰা হৈছে। এইয়া কালি নতুন দিল্লীৰ COVID-19 ৰোগীৰ সৈতে সংস্পৰ্শৰ পৰা সংক্ৰমিত হোৱা বুলি কোৱা হৈছে। তেওঁলোকক এতিয়া নিৰীক্ষণত ৰখা হৈছে। নিশ্চিতকৰণৰ বাবে তেওঁলোকৰ নমুনা পুনেৰ NIV লৈ প্ৰেৰণ কৰা হৈছে।

বৰ্তমান ভাৰতত ইয়াৰে সৈতে মাৰাত্মক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা মুঠ ৮জনলৈ বৃদ্ধি পালে।

 

Six suspected cases of #Corona Virus in Agra! #coronavirusindia #CoronaOutbreak pic.twitter.com/i3Q5WzPOLz

— Anuradha Shukla (@anu1122) March 3, 2020

সোমবাৰে কৰ’নাভাইৰাছৰ দুটা ঘটনা পোহৰলৈ আহিছিল। ইয়াৰ এটা দিল্লীৰ আৰু আনটো হৈছে তেলেংগানাৰ।

মন্ত্ৰ্যালয়ে এক বিবৃতিত কৈছিল : ‘’COVID-19ৰ এটা আক্ৰান্ত ঘটনা নতুন দিল্লীত চিনাক্ত হৈছে আৰু আৰু তেলেংগানাত চিনাক্ত কৰা হৈছে।‘’

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে দিল্লীৰ আক্ৰান্ত ব্যক্তিজনে ইটালী ভ্ৰমণ কৰিছিল আৰু তেলেংগানাৰ ব্যক্তিজনে ডুবাই ভ্ৰমণ কৰিছিল।

ইয়াৰ পূৰ্বে কেৰালাত তিনিজন COVID-19 আক্ৰান্ত ৰোগীৰ কথা পোহৰলৈ আহিছিল যদিও ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত হাস্পাতলৰ পৰা মুকলি কৰি দিয়া হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm
বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm
বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd