• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2024 2:45 pm
388
VIEWS
Share on FacebookShare on Twitter

পুনৰ শিশু, যুৱতী আৰু মহিলাৰ বাবে অসুৰক্ষিত হিচাপে প্ৰমাণ হৈছে গুৱাহাটী মহানগৰী। এটাৰ পাছত আন এট অপৰাধ সংঘটিত হোৱাৰ পাছতো অপৰাধ নিয়ন্ত্ৰণ কৰাত ব্যর্থ হৈছে স্মাৰ্ট চিটি পুলিচ।শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত বতাহঘুলি অঞ্চলৰ পৰা এগৰাকী ১৩ বছৰীয়া কিশোৰীক অপহৰণ কৰি উপর্যুপৰি ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে এজন যুৱক৷

ভুক্তভোগীৰ পৰিয়ালে সাতগাঁও থানাত নিৰুদ্দিষ্ট হোৱা সম্পর্কে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বতাহঘুলিৰ পৰা গ্ৰেপ্তাৰ কৰে জিন্টু মনি দাস (২০) নামৰ এজন যুৱকক। জানিব পৰা মতে যোৱা ১২ মে’ৰ দিনা একে অঞ্চলৰে জিন্টুমনি দাস নামৰ যুৱকজনে সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীক প্ৰথমতে কাপোৰ কিনি দিয়াৰ প্রলোভনৰে অপহৰণ কৰি ভঙাঘৰ অঞ্চলত থকা এজন যুৱকৰ হাতত গতাই দিয়ে। তাৰ পাছৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে কিশোৰীগৰাকী। ইফালে উক্ত ঘটনাৰ দুদিন পাছতো নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ কোনো সন্ধান নোপোৱাত উদ্বিগ্ন হৈ পৰা পৰিয়াল বর্গই ঘটনা সন্দর্ভত সাতগাঁও আৰক্ষীৰ কাষ চাপে আৰু এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিত সাতগাঁও আৰক্ষীয়ে তদন্ত প্রক্রিয়া অব্যাহত ৰাখি কালি বতাহঘুলিৰ পৰা জিন্টু মনি দাসক গ্ৰেপ্তাৰ কৰাৰ পাছত জিন্টু মনি দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি ভঙাঘৰ অঞ্চলৰ পৰা ছাত্রী গৰাকীক উদ্ধাৰ কৰে। অৱশ্যে এই অপহৰণ কাণ্ডৰ লগত জড়িত পলাতক আনজন যুৱকক এই পর্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই। জানিব পৰা মতে কিশোৰী গৰাকীৰ সৈতে পলাতক যুৱক গৰাকীৰ আছে প্ৰেমৰ সম্পর্কে।কালি কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত পৰিয়ালক গতাই দিয়ে। ঘটনা সন্দর্ভত সাতগাওঁ আৰক্ষীয়ে ৩৬৫ নং অপহৰণ ধাৰাৰ অধীনত আৰু পকছ’ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। বিগত ছয় দিন ধৰি কিশোৰী গৰাকীক উপর্যুপৰি বলাৎকাৰ কৰি আছিল বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd