• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনবোৰ স্মাৰ্টফোনে বিকিৰণ কৰে অধিক তেজস্ক্ৰিয় ৰশ্মি? পোহৰলৈ আহিছে সুদীৰ্ঘ তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2019 6:30 pm
Happy young woman talking on mobile phone

ফটো : ইন্টাৰনেটৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিন যোৱাৰ লগে লগে স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। ইন্টাৰনেট সুলভ হৈ অহাৰ বাবে এতিয়া অধিক সংখ্যক লোকেই পূৰ্বৰ তুলনাত অধিক সময় স্মাৰ্টফোনৰ সৈতে কটায়।

পিচে, ইয়াৰ উপযোগিতাৰ সমান্তৰালভাৱে তাৰ ক্ষতিৰ দিশটোও উপেক্ষা কৰিব নোৱাৰি। স্মাৰ্টফোনৰ তেজস্ক্ৰিয় ৰশ্মিয়ে মানুহৰ শৰীৰত নানা ধৰণৰ ক্ষতি কৰে।

তেজস্ক্ৰিয় ৰশ্মি বা ৰেডিয়েশ্যনে একাধিক বেমাৰৰো সৃষ্টি কৰিব পাৰে। আনকি কেন্সাৰৰ দৰে ৰোগৰ কাৰণো হৈ উঠিব পাৰে এই ৰেডিয়েশ্যন।

সেয়েহে, যিকোনো স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ আগেয়ে বহু কথা চিন্তা কৰা জৰুৰী। যিমান পাৰি তেজস্ক্ৰিয় ৰশ্মিৰ পৰা দূৰত থকাটো মংগলজনক।

প্ৰতিটো স্মাৰ্টফোনৰ বিকিৰণৰ পৰিমান ভিন্ন হয়। কোনোবাটোৱে আপোনাৰ দেহত অধিক ক্ষতি কৰিব পাৰে। আন কিছুমানে তুলনামূলকভাৱে কম ক্ষতি কৰে।

বৰ্তমান কোন ফোনৰ তেজস্ক্ৰিয় বিকিৰণ কিমান তাৰ এখন তালিকা পোহৰলৈ আহিছে। তালিকাত আপোনাৰ স্মাৰ্টফোনটোও আছে নেকি মিলাই চাব পাৰে।

chartoftheday_12797_the_phones_emitting_the_most_radiation_n
ষ্টেটিষ্টা অনলাইনত প্ৰকাশ পোৱা তালিকাখন.

ষ্টেটিষ্টা অনলাইনত (statista) এখন তালিকা প্ৰকাশ পাইছে। ইয়াত SARৰেডিয়েশ্যন বা স্পেছিফিক এবজ্যোৰ্পশ্যন ৰেট’ৰ পৰিমান সম্পৰ্কে কোৱা হৈছে।

উক্ত তালিকাৰ শীৰ্ষত আছে Xiaomi Mi A1। ভাৰতৰ ২০১৭’ত এই মডেলটো বজাৰলৈ আহিছিল। কোম্পানীৰ এই মডেলৰ ফোনটোৱে প্ৰতি কেজিত ১.৭৫ ৱাট তেজস্ক্ৰিয় বিকিৰণ ঘটাইছে।

ষ্টেটিষ্টাই জানিবলৈ দিয়া মতে, ৰেডিয়েশ্যন প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰা জাৰ্মান ফেডাৰেল কাৰ্যালয়ৰ তাত স্মাৰ্টফোনৰ এটি দীঘলীয়া তথ্য ভাণ্ডাৰ আছে।

উক্ত তথ্য ভাণ্ডাৰতে উল্লেখ আছে কোনটো ফোনে কিমান পৰিমানৰ তেজস্ক্ৰিয় বিকিৰণ কৰে।

তেওঁলোকে তালিকাৰ এক নম্বৰতে Xiaomiৰ উক্ত মডেলটোৰ নাম নিশ্চিত কৰিছে। তদুপৰি, তালিকাৰ দ্বিতীয় স্থানত আছে এই কোম্পানীটোৰ Mi Max 3 মডেলটো। ই প্ৰতি কেজিত ১.৫৮ ৱাট তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ কৰে।

তদুপৰি, তালিকাত ছোনী, গুগল, এপ’লৰ দৰে বিখ্যাত কোম্পানীৰ মডেলৰ নামো আছে।

তালিকাত আপোনাৰ ফোনটোও হয়তো থাকিব পাৰে। কিন্তু এই তেজস্ক্ৰিয় ৰশ্মিৰ পৰা আপুনি কেনেকৈ হাত সাৰিব? ইয়াৰ কেইটামান উপায় জানি থওক।

কাণত ফোনটো হেচা মাৰি ধৰি দীঘলীয়া বাৰ্তালাপ কৰা কমাওক। ভইচ কলৰ বিপৰীতে চাট বা টেক্সট মেচেজ কৰক।

ফোনত অধিক কথা পতাৰ প্ৰয়োজন হ’লে স্পীকাৰ বা হেডফোন ব্যৱহাৰ কৰক। তদুপৰি, নম্বৰ ডায়েল কৰিয়েই কাণত ফোনটো নধৰিব। বিপৰীত ফালে ফোনটো ৰিচিভ কৰিব দিয়ক।

আনহাতে, য’ত ছিগনেলৰ সমস্যা থাকে তাত ফোনৰ ব্যৱহাৰ কম কৰাটোৱে ভাল।

বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনত ফোন ব্যৱহাৰ নকাৰকৈ থাকিব নোৱাৰি, গতিকে  ব্যৱহাৰ কৰোতে সাৱধান হওক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd