• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্ণাটকত ভোটগণনাৰ মাজতে বিজেপি কাৰ্যালয়লৈ যোৱা মুখ্যমন্ত্ৰী বোম্মাইৰ সন্মুখত সাপ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2023 10:51 am
1.6k
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকত ভোটগণনাৰ সময়ত বিজেপিৰ কাৰ্যালয়ত এটা সাপে আতংকৰ সৃষ্টি কৰে। বিদায়ী মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই শনিবাৰে পুৱা শ্বিগাও অঞ্চলত থকা দলটোৰ শিবিৰ কাৰ্যালয় পৰিদৰ্শন কৰে। সেই অফিচ চৌহদত হঠাৎ এটা সাপ উদ্ধাৰ হয়। যাৰ ফলত চৌদিশে আতংকৰ সৃষ্টি হয়।

ইতিমধ্যে বাতৰিত প্ৰচাৰ লাভ কৰিছে এটা ভিডিঅ’ই। সেই ভিডিঅ’টোত দেখা গৈছে যে বোম্মাই বিজেপিৰ কাৰ্যালয়লৈ গৈছিল। দলৰ নেতাসকলো তেওঁৰ লগত আছিল। সেই সময়তে অফিচ চৌহদত দেখা গৈছিল সাপটো। লগে লগে সাপটোক উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক: Karnataka Election Result 2023: পুৱাই ১০০তকৈয়ো অধিক আসনত অগ্ৰগতি! কংগ্ৰেছত আনন্দৰ লহৰ

ইপিনে, কৰ্ণাটকত গণনা আৰম্ভ হোৱাৰ সময়ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত যুঁজ চলিছে। কিন্তু কিছু সময়ৰ পাছত দেখা গ’ল যে কংগ্ৰেছে বিজেপিক বহু পিছ পেলাই গৈছে। অৱশেষত কোনে কৰ্ণাটকৰ ক্ষমতা দখল কৰিব সেয়া কেইঘণ্টামানৰ পিছত স্পষ্ট হ’ব।

#WATCH Karnataka CM Basavaraj Bommai reaches the BJP camp office in Shiggaon, a snake found in the building compound slithers away

The snake was later captured and the building compound secured pic.twitter.com/FXSqFu0Bc7

— ANI (@ANI) May 13, 2023

শনিবাৰে গণনা আৰম্ভ হোৱাৰ লগে লগে বোম্মাই হুবলীৰ এটা হনুমান মন্দিৰ পৰিদৰ্শন কৰে। চৰকাৰ গঠনৰ বাবে আত্মবিশ্বাসী বোম্বাই। তেওঁ কয়, কৰ্ণাটকৰ বাবে আজি এটা ডাঙৰ দিন। মোৰ বিশ্বাস বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পাই চৰকাৰ গঠন কৰিব।

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনবিভাগৰে মুখামুখি সংঘৰ্ষত চোৰাংচিকাৰীৰ মৃত্যুঃ উদ্ধাৰ মাৰণাস্ত্ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনবিভাগৰে মুখামুখি সংঘৰ্ষত চোৰাংচিকাৰীৰ মৃত্যুঃ উদ্ধাৰ মাৰণাস্ত্ৰ

পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী

পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী

এবছৰত ৭০০ শতাংশ দৰমহা বৃদ্ধি! ‘অবাস্তৱ’ ঘটনাৰ ব্যাখ্যা আগবঢ়ালে দিল্লীৰ আইটি কৰ্মীয়ে

এবছৰত ৭০০ শতাংশ দৰমহা বৃদ্ধি! ‘অবাস্তৱ’ ঘটনাৰ ব্যাখ্যা আগবঢ়ালে দিল্লীৰ আইটি কৰ্মীয়ে

ক’লাজামুৰ এইসমূহ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও হৈ পৰিব আচৰিত! পঢ়ক সবিশেষ…

ক’লাজামুৰ এইসমূহ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও হৈ পৰিব আচৰিত! পঢ়ক সবিশেষ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd