• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুকুৰে নহয়, পুত্ৰই কামুৰি আহত কৰিলে পিতৃক

উত্তম শইকীয়া by উত্তম শইকীয়া
September 15, 2019 8:13 am
6.5k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ পৰঙনীয়া গাঁৱত শনিবাৰে অৰ্থাৎ ১৪ ছেপ্তেম্বৰৰ নিশা সুৰাৰ ৰাগীত মাতালহৈ পুত্ৰই নিজৰ বৃদ্ধ পিতৃক কামুৰি গুৰুতৰভাৱে আহত কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পুত্ৰই কামুৰি গুৰুতৰভাৱে আহত কৰা বৃদ্ধজনক ৰামেশ্বৰ কলিতা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ১৯৬২ চনতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰা কলিতাই বৰ্তমানলৈকে দলৰ হৈ সেৱা আগবঢ়াই আহিছিল।

শনিবাৰে নিশা মদাহী পুত্ৰ দিবাকৰ ওৰফে সিং কলিতাই মদৰ ৰাগীত মাতাল হৈ বৃদ্ধ বাপেকৰ লগত কাজিয়াত লিপ্ত হয়। পিছত পুত্ৰ দিবাকৰে লাঠীৰে পিতৃক মাৰপিট কৰাৰ লগতে কামুৰি গুৰুতৰভাৱে আহত কৰে।

অৱশ্যে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু ৰাইজে মাতাল পুত্ৰৰ হাতৰ পৰা বৃদ্ধ পিতৃক উদ্ধাৰ কৰি বোকাখাত আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰ দিবাকৰক আটক কৰাৰ লগতে আহত ৰামেশ্বৰ কলিতাক বোকাখাত ছহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

ইফালে দিনে-নিশাই মদৰ ৰাগীত মাতাল হৈ থকা দিবাকৰ কলিতাই প্ৰায়ে এনে ধৰণৰ অত্যাচাৰ কৰে বুলি পিতৃয়ে জানিব দিয়ে।

Recent News

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd