• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2025 3:03 pm
676
VIEWS
Share on FacebookShare on Twitter

তাই বৰ মিঠা স্বভাৱৰ আছিল, আগতে মই তাইক নিজৰ ছোৱালীৰ দৰে চাইছিলো, কিন্তু সোণমক এইদৰে প্ৰশংসা কৰিও ফাঁচীৰ দাবী কৰে পুত্ৰহাৰা মাতৃগৰাকীয়ে।

সদ্য পুত্ৰহাৰা মাতৃয়ে বোৱাৰী সোণম ৰঘুবংশীক ফাঁচী দিয়াৰ দাবী জনাইছে। পুত্ৰ ৰাজা ৰঘুবংশীৰ মাতৃ উমা ৰঘুবংশীয়ে অভিযোগ কৰিছে যে সোণমে ৰাজাক অৱগত নকৰাকৈয়ে মেঘালয়লৈ বিমানৰ টিকট বুকিং কৰিছিল। আনকি ট্ৰেকিং কৰিবলৈ যোৱাৰ সময়তো সোণমেই ৰাজাক সোণৰ চেইন পিন্ধিবলৈ কৈছিল।

উমা ৰঘুবংশীয়ে লগতে কয় যে সোণমে আগতে ইমান মিঠাকৈ কথা পাতিছিল যাতে কোনেও একো সন্দেহ নকৰে। যদি তাই দোষী সাব্যস্ত হয়, তেন্তে তাইক ফাঁচী দিয়া উচিত।

মাতৃয়ে বিশ্বাসেই কৰিব পৰা নাই যে সোণমে নিজৰ স্বামী বা তেওঁৰ পুত্ৰক হত্যা কৰিব পাৰে। কথা-বতৰা, কাম-কাজ, আচৰণত তাই বৰ মধুৰ আছিল। ঘৰৰ সকলোৰে লগত, আনকি স্বামীৰ লগতো তাই বহুত ভাল সম্পৰ্ক বজাই ৰাখিছিল। আনকি সোণম আৰু ৰাজা পাহাৰ বগাই থাকোঁতে উমা দেৱীয়ে সোণমৰ লগত ফোনত কথা পাতিছিল।

ফোন কলৰ পৰাই গম পোৱা গৈছে যে দুয়ো ৰাতিপুৱাই ওলাই গৈছিল। উমা দেৱীয়ে তেওঁলোকক ফোন কৰিছিল। তেওঁ জানিব বিচাৰিছিল ৰাতিপুৱা সিহঁতে কিবা খাইছে নে নাই। ইয়াৰ উত্তৰত সোণমে কৈছিল, একো খোৱা হোৱা নাছিল, আমি ওপৰলৈ উঠি গৈ চাব লাগিব কিবা খাদ্য পাম নেকি।

উমা দেবীয়ে কৈছিল, ইমান ঠাই থকাৰ পিছতো তহঁতে কিয় পাহাৰৰলৈ উঠিব গলি কিয়। সোণমে কৈছিল, তাইৰ ইচ্ছা আছিল আৰু তাই পাহাৰ বগাই বগাই ফোপাই জোপাই গৈছে।

সেই কথাবোৰতো সোণমৰ আচৰণত সন্দেহজনক একো দেখা নগৈছিল। উমা দেৱীৰ দুখ আছিল যে সোণম আমাৰ লগত বহুত মিলি গৈছিল। বিশ্বাস কৰিব পৰা নাই তাই এই কাম কৰিব পাৰিব! আমি সন্দেহ কৰিব পৰা ধৰণৰ একোৱে বিচাৰি পোৱা নাই। আনকি তাই ফোনতো ভালকৈ কথা পাতিছিল। মই তাইক মোৰ নিজৰ ছোৱালী বুলি ভাৱিছিলোঁ। এইদৰে কয় উমা দেৱীয়ে।

উমা দেবী ইমানেই বিধ্বস্ত হৈ পৰিছে যে তেওঁ কয়, যিসকলে এই কাম কৰিলে তেওঁলোকক মৃত্যুদণ্ড দিয়া উচিত। যদি সোণমেও এই কাম কৰিছে, তেন্তে তাইকো কঠোৰতম শাস্তি দিয়া উচিত। মই বিচাৰো তাইক ফাঁচী দিয়া হওক। কিন্তু, যদি তাইৰ দোষ নাই, তেন্তে মই তাইক মিছা অভিযোগ দিব নিবিচাৰো।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd