• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুলৰ বিয়াৰ বাবে কইনা বিচাৰি দিয়াৰ দায়িত্ব দিলে ছোনিয়াই; কাক দিলে এই দায়িত্ব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2023 3:14 pm
20.1k
VIEWS
Share on FacebookShare on Twitter

ৰাহুল গান্ধীৰ বিবাহ সন্দৰ্ভত বহু জল্পনা-কল্পনা চলি আছে যদিও তেওঁ এতিয়াও ‘অবিবাহিত’। এতিয়া মাতৃ ছোনিয়া গান্ধীয়ে পুত্ৰৰ বাবে কইনা বিচাৰি উলিওৱাৰ কথা ক’লে। এটা ভিডিঅ’ত দেখা গৈছে যে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে হাৰিয়ানাৰ এগৰাকী মহিলাক এনেধৰণৰ কথাই কৈছে।

শেহতীয়াকৈ হাৰিয়ানাৰ কৃষক পৰিয়ালৰ একাংশ মহিলাই দিল্লীত গান্ধী পৰিয়ালক লগ পাইছিল। ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা একেলগে বহি খোৱাবোৱা, গল্পগুজৱ কৰিছিল। সেই ভিডিঅ’টোত এগৰাকী মহিলাই ছোনিয়াক পুত্ৰৰ বিয়াৰ বিষয়ে সুধি থকা দেখা গৈছে। উত্তৰত ছোনিয়াই কয়, “আপোনালোকেই কইনা বিচাৰি দিয়ক।”

লগতে পঢ়ক: হিমালয়ৰ বুকুত ৬০ কোটি বছৰ পুৰণি সাগৰ! জাপানৰ বিজ্ঞানীৰ সৈতে আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ

‘ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে হাৰিয়ানাত গৈ মহিলাসকলক নিজৰ ঘৰলৈ লৈ যাম বুলি প্ৰতিশ্ৰুতি দি আহিছিল। সেই কথা তেওঁ ৰাখিলে। শেহতীয়াকৈ হাৰিয়ানাৰ সোনিপাটৰ কৃষক পৰিয়ালৰ কেইগৰাকীমান মহিলা দিল্লীলৈ আহিছিল। তেওঁলোক ৰাহুল গান্ধীৰ ঘৰলৈও গৈছিল।

প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’টো শ্বেয়াৰ কৰি বিশেষ অতিথিসকলক কেনেদৰে আপ্যায়ন কৰা হয় তাক দেখুৱাইছে। তেওঁ জনায় যে মহিলাসকলে উপহাৰ হিচাপে লাচী, আচাৰ লৈ আহিছিল। ৰাহুলে কয় যে মাতৃ ছোনিয়া আৰু ভগ্নী প্ৰিয়ংকাইও অতিথিসকলৰ সৈতে ভাল সময় পাৰ কৰিছিল।

লগতে পঢ়ক: ৰিয়ান পৰাগৰ চমক! ১১টা ছয় আৰু ৫টা চাৰিৰে দুৰ্দান্ত শতক; ১৩১ ৰানৰ ইনিংছেৰে যোগ্য প্ৰত্যুত্তৰ সমালোচকক!

ভিডিঅ’টোত দেখা গৈছে যে ছোনিয়া, প্ৰিয়ংকা আৰু ৰাহুলে সেই মহিলাসকলৰ কাষত বহি কথা পাতি আছে। কোনোবাই নাচি আছে, কোনোবাই গান গাইছে। ইফালে তাৰমাজতে ৰাহুলৰ বিয়াৰ বিষয়টোও উঠিল। সেই কথা-বতৰাও ভিডিঅ’টোত শুনা গৈছে।

मां, प्रियंका और मेरे लिए एक यादगार दिन, कुछ खास मेहमानों के साथ!

सोनीपत की किसान बहनों का दिल्ली दर्शन, उनके साथ घर पर खाना, और खूब सारी मज़ेदार बातें।

साथ मिले अनमोल तोहफे – देसी घी, मीठी लस्सी, घर का अचार और ढेर सारा प्यार।

पूरा वीडियो यूट्यूब पर:https://t.co/2rATB9CQoz pic.twitter.com/8ptZuUSDBk

— Rahul Gandhi (@RahulGandhi) July 29, 2023

২০২২ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ জানুৱাৰীলৈ ভাৰত জোড়ো যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে। তেওঁ ১২খন ৰাজ্য ভ্ৰমণ কৰি তাৰ ৰাইজৰ সৈতে কথা পাতিছিল। প্ৰায় ৩৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বিজেপিৰ বিৰুদ্ধে সমৰ্থন বৃদ্ধি কৰিছিল।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd