• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এলৰ নিলামত ক্ৰিছ মৰিছৰ অভিলেখ; ১৬.২৫ কোটি টকাত ৰাজস্থান ৰোয়েলছত চুক্তিবদ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2021 4:50 pm
233
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলামৰ ইতিহাসত সৰ্বাধিক দৰত ক্ৰয় কৰা ক্ৰিকেটাৰ হিচাপে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হছে দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মোৰিছে।

আজি চেন্নাইত অনুষ্ঠিত হোৱা ২০২১ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলামত ৩৩ বৰ্ষীয় দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মৰিছক ১৬.২৫ কোটি টকাত ক্ৰয় কৰে ৰাজস্থান ৰোয়েলছ দলে।

ক্ৰিছ মৰিছে নিজৰ প্ৰাৰম্ভিক মূল্য ৰাখিছিল মাত্ৰ ৭৫ লাখ টকা।

ইয়াৰ পূৰ্বে আই পি এলৰ ইতিহাসত সৰ্বাধিক মূল্যত নিলাম হোৱা ক্ৰিকেটাৰ আছিল যুৱৰাজ সিং।

২০১৫ চনত দিল্লী কেপিটেলছে যুৱৰাজ সিঙক ১৬ কোটি টকাত ক্ৰয় কৰিছিল।

আনহাতে, বিগত বৰ্ষত আই পি এলৰ সৰ্বাধিক মূল্যত নিলাম হোৱা ক্ৰিকেটাৰ আছিল অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিনছ।

পেট কামিনছে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল।

চলিত নিলামত ক্ৰিছ মৰিছৰ পাছতে সৰ্বাধিক মূল্যত নিলাম হৈছে গ্লেন মেক্সৱেল। মেক্সৱেলক ৰোয়েল চেলেঞ্জাৰ বাংগালোৰে ক্ৰয় কৰে।

ৰাজস্থান ৰোয়েলছৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথক এইবাৰ ২ কোটি টকাত দিল্লী কেপিটেলছে ক্ৰয় কৰে।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd