• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া পৰম্পৰাৰে সজাই তোলা দুৰ্গা মণ্ডপে আকৰ্ষণ কৰিছে লিডুবাসীক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 16, 2018 5:50 pm
Durga Puja
350
VIEWS
Share on FacebookShare on Twitter

আজি মহাসপ্তমী। এই উপলক্ষে দেশ তথা ৰাজ্যৰ অন্যান্য থাইৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে।

মহাসপ্তমী উপলক্ষে আজি মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত পূজাৰ উছাহ দেখিবলৈ পোৱা গৈছে। আনহাতে, মাৰ্ঘেৰিটাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলত এইবাৰ ৰাইজৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে লিডুৰ এখন বিশেষ দুৰ্গা মণ্ডপ।

লিডু ৰে’লৱে সাৰ্বজনীন দূৰ্গা পূজাৰ মণ্ডপটি এইবাৰ সজাই তোলা হৈছে অসমীয়া পৰম্পৰা সংস্কৃতিৰে। দেৱী দুৰ্গাৰ প্ৰতিমাকো পৰিধান কৰোৱা হৈছে অসমীয়া সাজ পাৰ।

স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই আজি আনুষ্ঠানিক ভাৱে উক্ত পূজা মণ্ডপটোক উদ্বোধন কৰে।

https://youtu.be/cXJvgfVf3Wk

Recent News

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd