• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আপোনাৰ মোৰ কথাৰে : দল বাগৰা ৰাজনীতি, ‘নৰ্থ ইষ্ট নাও’ৰ বিশেষ অনুষ্ঠান

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 7, 2022 8:16 pm
159
VIEWS
Share on FacebookShare on Twitter

‘নৰ্থ ইষ্ট নাও’ৰ নিয়মীয়া অনুষ্ঠান ‘আপোনাৰ মোৰ কথাৰে’ৰ আজিৰ খণ্ডটোত দল বাগৰা ৰাজনীতিৰ বিষয়ত আলোচনা কৰা হয়।

লেখক-ৰাজনৈতিক বিশ্লেষক ৰণেন কুমাৰ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ৰাজীৱ সন্দিকৈ, দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী কংকন ডেকা,কটন বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ত্ৰিদিৱ ভাগৱতী। সমগ্ৰ অনুষ্ঠানটোৰ সাৰমৰ্ম ব্যাখ্যা কৰে ‘নৰ্থ ইষ্ট নাও’ৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে।

অনুষ্ঠানটোত অংশগ্ৰহণকাৰী বক্তাসকলে সাম্প্ৰতিক সময়ত দল বাগৰা ৰাজনীতিৰ চৰিত্ৰ সন্দৰ্ভত বাখ্যা কৰে। দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী কংকন ডেকা দল বাগৰা ৰাজনীতি এতিয়া স্বাভাৱিক হৈ পৰিছে বুলি কয়।

তেওঁ লগতে কয় যে দল বাগৰা নেতাকেই আকৌ ৰাইজে ভোট দি জয়যুক্ত কৰে। তেওঁ সমগ্ৰ ব্যৱস্থাটোৰ এক তাত্বিক বিশ্লেষণ আগবঢ়ায়। অনুষ্ঠানত উপস্থিত থকা কটন বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ত্ৰিদিৱ ভাগৱতীয়ে বিষয়টো সন্দৰ্ভত তেওঁ দেখি অহা ঘটনাপ্ৰবাহৰ বিষয়ে উল্লেখ কৰে।

হিতাধিকাৰীৰ সৃষ্টিয়ে কিদৰে ক্ষতি কৰিছে সেই বিষয়েও তেওঁ উল্লেখ কৰে। আন এগৰাকী অংশগ্ৰহণকাৰী গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ৰাজীৱ সন্দিকৈয়ে এতিয়া আদৰ্শ মানেই ক্ষমতা লাভ বুলি তীৰ্যক মন্তব্য কৰে।

তেঁৱো হিতাধিকাৰী ব্যৱস্থাটো সন্দৰ্ভত বিশ্লেষণধৰ্মী ব্যক্ত আগবঢ়ায়। কৰে ‘নৰ্থ ইষ্ট নাও’ৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে সমগ্ৰ আলোচনাৰ সাৰমৰ্ণ বাখ্যা কৰি কয় যে আদৰ্শৰ প্ৰশ্নটো এতিয়া গৌণ, মুখ্য কথা হৈ পৰিছে ক্ষমতা দখলহে।

তেওঁ সমগ্ৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত তথ্যপূৰ্ণ ভাবে বিশ্লেষণ কৰে। এই আলোচনাৰ ভিডিঅ’লিংক ইয়াত উল্লেখ কৰা হৈছে। পাঠকে এই লিংকৰ জৰিয়তে মনোজ্ঞ আলোচনাটো সম্পূৰ্ণ ৰূপত চাবলৈ পাৰিব।

Recent News

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd