• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Another state of emergency in Sri Lanka: দিশহাৰা শ্ৰীলংকা! পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2022 12:25 pm
293
VIEWS
Share on FacebookShare on Twitter

Another state of emergency in Sri Lanka শ্ৰীলংকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহেই দেশখনত পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। দেওবাৰে জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

প্ৰশাসনে দেশৰ আভ্যন্তৰীণ অস্থিৰতা হ্ৰাস কৰিবলৈ তথা দেশৰ অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ আগ্ৰহী বুলি বিজ্ঞপ্তিটোত কোৱা হয়।

লগতে পঢ়ক: Presidential election 2022: দ্ৰৌপদী মুৰ্মূক লৈ বিজেপিয়ে আদিবাসীৰ ট্ৰাম্পকাৰ্ড খেলিব বিচৰাটো লজ্জাজনক: অখিল গগৈ

“ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত, ৰাজহুৱা শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আৰু দেশৰ জনসাধাৰণৰ জীৱনৰ বাবে প্ৰয়োজনীয় সৰবৰাহ তথা পৰিসেৱাসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে এইটো কৰাটো সমীচীন,”-বিজ্ঞপ্তিটোত কোৱা হৈছে।

শ্ৰীলংকাৰ অপসাৰিত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই যোৱা সপ্তাহত তেওঁৰ চৰকাৰৰ বিৰুদ্ধে হোৱা অভ্যুত্থানৰ পৰা ৰক্ষা পাবলৈ বিদেশলৈ পলাই গৈছে। তেওঁ কৈছে যে তেওঁ শ্ৰীলংকাক গ্ৰাস কৰা অৰ্থনৈতিক সংকট পৰিহাৰ কৰিবলৈ “সকলো সম্ভৱ পদক্ষেপ” লৈছিল।

গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ শুকুৰবাৰে সংসদত গ্ৰহণ কৰা হয়। হাজাৰ হাজাৰ চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে এসপ্তাহ আগতে কলম্বোৰ ৰাজপথলৈ ওলাই আহিছিল। তেওঁলোকে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱন আৰু কাৰ্যালয় দখল কৰিছিল। তাৰ পিছতে গোটাবায়া প্ৰথমে মালদ্বীপলৈ আৰু তাৰ পিছত ছিংগাপুৰলৈ পলাই যায়।

লগতে পঢ়ক: Gunman killed 3 in US Mall: আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বপিং মলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ জন

নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ শ্ৰীলংকাৰ সংসদে শনিবাৰে এক বৈঠকত মিলিত হৈছিল। সংকট বিধ্বস্ত দেশখনক কিছু সকাহ দিবলৈ ইতিমধ্যে কিছু ইন্ধন দেশখনত আহি পৰিছে।

Recent News

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd