• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰ্থ-ইষ্ট য়ুনাইটেডত মোক্ষম আঘাত; দল এৰিলে তাৰকা ষ্ট্ৰাইকাৰ বাৰ্থলমেউ অগবেছেই

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2019 12:41 pm
Bartholomew Ogbeche

বাৰ্থলমেউ অগবেছেই। ফাইল ফটো।

7.7k
VIEWS
Share on FacebookShare on Twitter

২০১৮-১৯ বর্ষৰ হিৰ’ আই এছ এলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা তাৰকা ষ্ট্ৰাইকাৰ বাৰ্থলমেউ অগবেছেই এৰিলে নৰ্থ-ইষ্ট য়ুনাইটেড। প্ৰশিক্ষক এলকো স্কেটৰি, মিডফিল্ডাৰ ৰাউলিন বৰ্জেছৰ পিছতে এই সিদ্ধান্ত লৈছে দলটোৰ যোৱাবাৰৰ অধিনায়ক অগবেছেই।

যোৱা ছিজনৰ য়ুনাইটেডৰ সাফল্যৰ অন্যতম কাৰণ অগবেছেই আগন্তুক ছিজনত কেৰালা ব্লাষ্টাৰ্ছৰ হৈ খেলিব। প্ৰশিক্ষক স্কেটৰিৰ নিৰ্দেশতে অগবেছেই কেৰালা ব্লাষ্টাৰ্ছত খেলাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষৰ ছিজনত অগবেছেৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিতেই আই এছ এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্লে অফ খেলিবলৈ সক্ষম হৈছিল নৰ্থ-ইষ্ট য়ুনাইটেড। যোৱাটো ছিজনত তেওঁ ১৮খন খেলত অংশ লৈ ১২টা গ’ল কৰিছিল। গ’লদাতাৰ তালিকাত যুটীয়াভাৱে তেওঁ আছিল দ্বিতীয় স্থানত।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ লীগ সমূহত খেলা অভিজ্ঞ ৩৪ বছৰীয়া ষ্ট্ৰাইকাৰ গৰাকীৰ অনুপস্থিতি আগন্তুক ছিজনত বাৰুকৈয়ে প্ৰভাৱ পৰিব নৰ্থ-ইষ্টৰ শিবিৰত।

Recent News

চোৰাংচোৱা সংস্থা(আই বি)ৰ সঞ্চালক হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি হ’ল অসম সন্তান তপন কুমাৰ ডেকাৰ

চোৰাংচোৱা সংস্থা(আই বি)ৰ সঞ্চালক হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি হ’ল অসম সন্তান তপন কুমাৰ ডেকাৰ

প্ৰতিবাদলৈ নকৰে কেৰেপ! হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পুনৰ ৬ কোটি ডলাৰৰ অনুদান বাতিল মাৰ্কিন চৰকাৰৰ

প্ৰতিবাদলৈ নকৰে কেৰেপ! হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পুনৰ ৬ কোটি ডলাৰৰ অনুদান বাতিল মাৰ্কিন চৰকাৰৰ

ধনদাবীৰ গোচৰত গ্ৰেপ্তাৰ অখিল গগৈৰ সতীৰ্থ! চাহ ফেক্টৰীৰ মালিকক ২০ লাখ টকা দাবী উমানন্দ মুদৈ মৰাণৰ

ধনদাবীৰ গোচৰত গ্ৰেপ্তাৰ অখিল গগৈৰ সতীৰ্থ! চাহ ফেক্টৰীৰ মালিকক ২০ লাখ টকা দাবী উমানন্দ মুদৈ মৰাণৰ

গাজাত ৪৮ ঘণ্টাত ১৪ হাজাৰ শিশুৰ মৃত্যুৰ আশংকা: ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী

গাজাত ৪৮ ঘণ্টাত ১৪ হাজাৰ শিশুৰ মৃত্যুৰ আশংকা: ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd