• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ জনবিৰোধী নীতি আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সমাৱেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2024 7:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ জনবিৰোধী নীতি আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আজি গুৱাহাটীত অনুষ্ঠিত হয় নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সমাৱেশ। এই সমাৱেশত অংশ লয় নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কেন্দ্ৰীয় সম্পাদক মৰিয়ম ধাৱালেই। নিজ ভাষণত মৰিয়ম ধাৱালেই তীব্ৰ সমালোচনা কৰে শাসকীয় চৰকাৰক।

তেওঁ কয়, “এই চৰকাৰে সত্যক ভয় কৰে, সেইবাবে আমাৰ কণ্ঠ ৰোধ কৰিব খোজে। সেইবাবেই আমাক সভা কৰিবলৈ নিদিয়ে। কিন্তু তেওঁলোকে নাজানে, আমি মৰিও নমৰোঁ, যুঁজৰ ময়দানৰ পৰা কেতিয়াও আতৰি নাযাওঁ। কাৰণ আমাৰ হাতত আছে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ পতাকা।”

“আমি মহিলাৰ বিৰুদ্ধে হোৱা নিৰ্যাতনৰ প্ৰতিবাদত যুঁজো,আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজো, যি মূল্যবৃদ্ধিৰ বাবে সাধাৰণ মানুহৰ জীৱন নিৰ্বাহ কৰাটোৱেই দুৰ্বিসহ হৈ পৰিছে।” — মৰিয়ম ধাৱালেই এইদৰে কয়। তেওঁ কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে সকলোৰে বাবে খাদ্য আঁচনিৰ প্ৰচাৰ চলাই কৈছে যে, ৮০ কোটি জনসাধাৰণক বিনামূলীয়া চাউলৰ সুবিধা প্ৰদান কৰা হৈছে।

কিন্তু প্ৰকৃততে ২০/২৫ কোটি লোকেহে এই সুবিধা পাইছে বুলি অভিযোগ কৰি তেওঁ এই সত্য ৰাইজে জনা উচিত বুলি মন্তব্য কৰে। “মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমাৰ যুঁজ সেইবাবেই অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতত সকলোতকৈ বেছি অপুষ্টিজনিত ৰোগত ভোগা মহিলা আৰু শিশু আছে আৰু এয়া ৰাষ্ট্ৰসংঘৰ তথ্য।”- তেওঁ লগতে কয়।

আদানী আৰু আম্বানীৰ হাতত দেশৰ প্ৰায়বোৰ সম্পদ বিক্ৰী কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে ১৫ লাখ কোটি টকাৰ ঋণ নৰেন্দ্ৰ মোদীৰ এই দুই বন্ধুক ৰেহাই দিয়া হৈছে। ‌এনে অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ মহিলাসকলে বলিষ্ঠ ভূমিকা ল’ব লাগিব আৰু প্ৰধান মন্ত্ৰীক‌ বাধ্য কৰাব লাগিব বুলি মন্তব্য কৰে ধাৱালেই।

সমাবেশত অসমৰ বিভিন্ন জিলাৰ পৰা অহা হাজাৰৰো অধিক মহিলাই অংশ গ্ৰহণ কৰে। সমাবেশত সভানেত্ৰীত্ব কৰে ৰাজ্যিক সমিতিৰ সভানেত্ৰী ডঃ স্বৰ্ণলতা দাসে। সভাত ৰাজ্যিক উপ সভানেত্ৰী সীমা বিশ্বাসে ভাষণ দি কয় যে, গণতান্ত্ৰিক প্ৰমূল্যক ভৰিৰে মোহাৰি হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক গুৱাহাটীৰ মাজেৰে ন্যায় যাত্ৰা কৰিলে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছে।আমি ইয়াৰ প্ৰৱল প্ৰতিবাদ কৰিছোঁ।

মানুহক ধৰ্মৰ নামত ভাগ ভাগ কৰাৰ প্ৰচেষ্টা চলাই থকা বুলিও তেওঁ চৰকাৰক সমালোচনা কৰে। ৰাজ্যিক সহ সম্পাদক অনু ৰিজালে চৰকাৰৰ গণবিৰোধী নীতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে উদাত্ত ভাষণ দিয়ে। এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস আৰু অংগনবাদী কৰ্মী-সহায়িকা সন্থাৰ নেত্ৰী ইন্দিৰা নেৱাৰেও বক্তব্য ৰাখে।‌ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজ্যিক সম্পাদক নিয়তি বৰ্মনে।

উল্লেখযোগ্য যে, আজিৰ এই সমাবেশৰ অনুমতি দিয়া হোৱা নাই বুলি অজুহাত দেখুৱাই হঠাতে প্ৰশাসনৰ ফালৰ পৰা সভা বন্ধ‌ কৰাৰ প্ৰচেষ্টা চলোৱা হয় যদিও মহিলাসকলৰ প্ৰৱল বাধাত সেই প্ৰচেষ্টা ব্যৰ্থ হয়। চৰকাৰ-প্ৰশাসনৰ এই কু অভিসন্ধিৰ বিৰুদ্ধে মহিলাসকলে ক্ষোভ ব্যক্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd