• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক কেবিনেটৰ বৈঠক : কেবিনেটে ল’লে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 6:48 am
Sonowal-Cabinet-1140x570

ৰাজ্যকি কেবিনেটৰ প্ৰতিনিধিত্বমূলক ফটো। ফটো: টুইটাৰ

660
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ কেবিনেটে গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত কেইবাটাও চমক সৃষ্টিকাৰী সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।

অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আৰ্হিত অসম লোকসেৱা আয়োগ আইন সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেবিনেটে পঞ্চায়ত সভাপতি-সদস্য, জিলা পৰিষদৰ সদস্যৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, নগৰ সমিতিৰ নিৰ্বাচনত পৰিয়াল পৰিকল্পনা নীতি বাধ্যতামূলক কৰা হ’ব। সেই অনুসৰি, ৱাৰ্ড কমিছনাৰ প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। তদুপৰি, প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থী  উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব। এইক্ষেত্ৰত অনুসূচীত জাতি আৰু অনুসূচীত জাতিৰ প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

কেবিনেটে অসম ৰাজ্যিক উদ্যোগ নীতিতো অনুমোদন জনাইছে। সেইদৰে নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিতো কেবিনেটে অনুমোদন জনাইছে।

কেবিনেটৰ আন এক সিদ্ধান্ত অনুসৰি, আগৰ খেতি কৰা আৰু কটাত নিষেধাজ্ঞা উঠাই লোৱা হৈছে। এইক্ষেত্ৰত ৩৫ বিঘালৈকে ৰোৱা আৰু কটাত কোনো অনুমতি নালাগিব। তদুপৰি, গোলাঘাটত আগৰৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেড চেণ্টাৰ প্ৰতিষ্ঠা কৰা হ’ব।

ইপিনে, কেবিনেটৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি গুৱাহাটী পৌৰ নিগমত ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৱাৰ্ডৰ সংখ্যা ৩১টালৈ হ্ৰাস কৰিছিল ।

জলসম্পদ বিভাগত ‘থ্ৰী এফ’ত ৮০জন সহকাৰী অভিযন্তা আৰু ৭০জন কনিষ্ঠ অভিযন্তা নিযুক্তিতো কেবিনেটে অনুমোদন জনাইছে।

আনহাতে, কেবিনেটৰ আন এক সিদ্ধান্ত অনুসৰি, চাহ বাগিচাৰ প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ২ কেজিকৈ বিনামূলীয়া চেনি আগবঢ়োৱা হ’ব। তদুপৰি, চাহ বাগিচাৰ ‘আপোন ঘৰ’ আঁচনিত ৰাজসাহায্য ২.৫ লাখলৈ বৃদ্ধি কৰা হৈছে।

Recent News

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd