• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিমান তাৰিখৰ পৰা কাৰ্যালয়লৈ আহিব লাগিব চৰকাৰী কৰ্মচাৰী, ক’লে মন্ত্ৰী হিমন্তই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 13, 2020 4:06 pm
19078063-49eb-401f-b6f7-de0798a255e4

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০ এপ্ৰিল অৰ্থাৎ অহা সোমবাৰৰ পৰা মুকলি হ’ব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়। বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত্ বিশ্ব শৰ্মাই আজি এক সংবাদমেলযোগে এই ঘোষণা কৰে।

চৰকাৰী কাৰ্যালয় সমূহ সীমিত সংখ্যক বিষয়া-কৰ্মচাৰীৰে চলিব বুলি তেওঁ জানিবলৈ দিয়ে।

সংবাদমেল মন্ত্ৰীগৰাকীয়ে আজি গধুলি বা কাইলৈ দিনৰ ভাগত লকডাউন শিথিলতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা দিব বুলি কয়।

১২ এপ্ৰিল অৰ্থাৎ দেওবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল যদিও অসম চৰকাৰে লকডাউনৰ ক্ষেত্ৰত নিজাববীয়াকৈ কোনো সিদ্ধান্ত নলয় বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

উল্লেখ্য যে লকডাউন শিথিল হ’লেও জনসাধাৰণক সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ লগতে মুখত মাস্ক পিন্ধা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো অত্যন্ত জৰুৰী বুলি কয়।

আনহাতে, আজি পজিটিভ ধৰা পৰা ধুবুৰীৰ লোকজনৰ প্ৰসংগ উত্থাপন কৰি হিমন্তই সংবাদমেলত কয় ‍‘বৰপেটা মেডিকেল কলেজত পজিটিভ ধৰা পৰা ধুবুৰীৰ লোকজনৰ নাম হজৰত আলি(৩৫ বছৰ)। AIR ASIA ফ্লাইটত ২১ মাৰ্চত দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈ একেদিনাই বিয়লি ৪ বজাত বাছেৰে ধুবুৰী গৈছিল’।

তেওঁ আৰু কয়, ‍‘লোকজন ধুবুৰীৰ বৰাবজাৰত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে গৈছিল। তেওঁৰ দিল্লী যাত্ৰাৰ ইতিহাস দেখাৰ লগে লগে কোৱাৰেণ্টাইনত ৰাখিবলৈ পৰামৰ্শ দিছিল স্বাস্থ্য বিভাগ তথা প্ৰশাসনে। ৭ এপ্ৰিলত তেওঁৰ দেহত অসুস্থতাই দেখা দিয়াত তেওঁ ধুবুৰী চিকিৎসালয়ত আইছ’লেচন কৰা হয়। ১০ এপ্ৰিলত নমুনা সংগ্ৰহ কৰা হয় আৰু পৰীক্ষাৰ পাছত ১৩ এপ্ৰিলত COVID-19 পজিটিভ বুলি ৰিপ’ৰ্ট ওলায়’।

আজি ধৰা পৰা ক’ৰ’না ৰোগীজনে নিজামুদ্দিনলৈ গৈছিল যদিও তবলিগী জামাতত অংশগ্ৰহণ কৰা নাছিল বুলি চিকিৎসকৰ আগত কোৱা বুলি হিমন্তই জনায়।

আনহাতে নাগালেণ্ডৰ লোকজনে বৰ্তমান GMCH ৰ ICU ত চিকিৎসাধীন হৈ আছে যদিও ভেণ্টিলেশ্যন ছাপ’ৰ্ট (Vantilation Supprt) দিবলগীয়া হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মন্ত্ৰীয়ে উল্লেখ কৰা মতে নাগালেণ্ডৰ লোকজনৰ নাম ৰাজা জৈন (৩৩ বছৰ)। তেওঁ ২৪ মাৰ্চত কলকাতাৰ পৰা ডিমাপুৰত উপস্থিত হৈছিল। কালি ইডেন হাস্পাতালৰ পৰা তেওঁক এম্বুলেঞ্চৰে লৈ অনা চালকৰ লগতে জৈনৰ বৃদ্ধ পিতৃক বৰ্তমান মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত কোৱাৰেণ্টাইনত ৰখা হৈছে।

ইফালে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত ৮৫,৫৮২ টা PPE কিট আছে বুলি জানিবলৈ দি মন্ত্ৰী গৰাকীয়ে কয়, ‍‘মুম্বাইৰ অসম ভৱনত মুকেশ আম্বানী আৰু তেওঁৰ ৰিলায়েন্স গ্ৰুপে ১০০০০ PPE কিট অসমৰ বাবে যোগান ধৰিছে। ইয়াৰ উপৰি ভাৰত চৰকাৰে নতুনকৈ ৫৪০০ কিট আজি যোগান ধৰিছে’।

আনহাতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ হাতত বৰ্তমান ৯১০০০ টা N-95 মাস্ক আছে বুলি তেওঁ সদৰী কৰাৰ লগতে চাহ শ্ৰমিক সকলক তিনি তৰপযুক্ত তিনিটাকৈ মাস্ক যোগান ধৰা হ’ব বুলি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd