• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিংসাত্মক পশ্চিমবংগৰ পঞ্চায়ত নির্বাচন; চুৰি হোৱা বেলট বাকচ ‘উদ্ধাৰ’ অসমত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2023 8:38 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

369
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত দুস্কৃতিকাৰীয়ে চুৰি কৰা বেলট বাকচৰ ভিতৰত দুটা বেলট বাকচ অসমৰ ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰত উদ্ধাৰ হৈছে।

বাতৰি অনুসৰি, দেওবাৰে (০৯ জুলাই) ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় বেলট বাকচ দুটা।

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ জোৱানৰ উপস্থিতিত পুখুৰীটোৰ পৰা বেলট বাকচ দুটা বিচাৰি উলিওৱা হয়।

জানিব পৰা মতে, ‘সন্ধানহীন’ বেলট বাকচ দুটা পশ্চিম বংগৰ জলপাইগুৰিৰ পাহাৰপুৰ ১৮/২২৫ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা দুষ্কৃতিকাৰীয়ে চুৰি কৰি নিছিল।

পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ সময়ত দুষ্কৃতিকাৰীয়ে ভোটগ্ৰহণ কেন্দ্ৰটোত আক্ৰমণ কৰাৰ পিছতে সন্ধানহীন হৈ পৰিছিল বেলট বাকচ দুটা।

অসমৰ পৰা উদ্ধাৰ হোৱা বেলট বাকচৰ উপৰিও পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত দেওবাৰে (০৯ জুলাই) এটা নলাত তিনিটা পেলনীয়া বেলট বাকচ উদ্ধাৰ হয়।

পশ্চিম বংগত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণত বৃহৎ মাত্ৰাত হিংসাত্মক ঘটনা ঘটিছে যাৰ ফলত কমেও ২০ জন লোকে প্ৰাণ হেৰুৱাইছে।

পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত কেইবাখনো গাঁৱত বেলট বাকচ ধ্বংস কৰা, ভোটগ্ৰহণ কেন্দ্ৰত আক্ৰমণ, বিৰোধীক বোমাৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ দৰে ঘটনা সংঘটিত হয়।

Recent News

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd