• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত গৰু-গাহৰিৰ ৰাজনীতি বন্ধ কৰক, অসমীয়া হৈ থাকিবলৈ দিয়ক: জিতেন দত্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2019 5:42 pm
Stop 'Beef-pork' politics in Assam, let us remain Assamese: pleads ULFA leader Jiten Dutta

জিতেন দত্তৰ ফাইল ছবি।

1.6k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ইতিহাসত নজিৰ সৃষ্টি কৰি দেশজুৰি চৰ্চিত হোৱা বিশ্বনাথৰ “গো-মাংসকেন্দ্ৰিক” গণ-উন্মাদনাৰ ঘটনাৰ পিছতে অসমত হিন্দু-মুছলিম ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনাইছে আলোচনাৰত আলফা নেতা জিতেন দত্তই।

চৌকত আলি নামৰ বৃদ্ধজনৰ ওপৰত হোৱা অত্যাচাৰক “ধৰ্মীয় উন্মাদনা”ৰূপে অভিহিত কৰি অত্যাচাৰকাৰীসকলক পঞ্চতাৰকা হোটেলত গৰু মাংস বন্ধ কৰিবলৈ দত্তই প্ৰত্যাহ্বান জনাইছে।

“(অসমত) গৰু মাংস, গাহৰি মাংসৰ ৰাজনীতি বন্ধ কৰক৷ আমাক অসমীয়া হৈ থাকিবলৈ দিয়ক৷এই লেতেৰা ৰাজনীতিৰে অসমীয়া জাতিটোক বিশ্বৰ সন্মুখত লজ্জিত নকৰিব৷ চৌকত আলিক অত্যাচাৰ কৰাসকলক সুধিব বিচাৰিছো পঞ্চতাৰকা হোটেলকেইখনত গো-মাংস বন্ধ কৰিব পাৰিবনে?” শুকুৰবাৰে এক ফে’চবুক প’স্তযোগে প্ৰশ্ন আালফা নেতাজনৰ।

২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৫শ লোকে কমেণ্ট আৰু শ্বেয়েৰ কৰা প’স্তটোত দত্তই লগতে কয় যে গৰু মাংস কেৱল মুছলমানৰে নহয়, আন ধৰ্ম আৰু জাতিৰ লোকেৰো খাদ্য।

Stop 'Beef-pork' politics in Assam, let us remain Assamese: pleads ULFA leader Jiten Dutta
জিতেন দত্তৰ ফে’চবুক প’স্তৰ স্ক্ৰীন শ্বট।

“গো মাংস কেৱল মুছলমানে নহয়, বৌদ্ধধৰ্মী, খ্ৰীষ্টিয়ান, নাগা, সকলোৱে খায়,” তেওঁৰ মন্তব্য।

তেওঁ ঘটনাটোত জৰিত দোষীৰ কঠোৰ শাস্তি দাবী জনাইছে।

দেশজুৰি তোলপাৰ লগোৱা ঘটনাটোত জৰিত থকাৰ অভিযোগত অসম আৰক্ষীয়ে ইতিমধ্যে ছজন লোকক গ্ৰেপ্তাৰ কৰিছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd