• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচিত সংবাদ মাধ্যমৰ দ্বাৰা “পক্ষপাতমূলক প্ৰতিবেদন”ক লৈ ক্ষুব্ধ মণিপুৰৰ ছাত্ৰ সংগঠন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2023 2:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ছাত্ৰ নেতাসকলে পক্ষপাতিত্বমূলক বাতৰি প্ৰকাশ আৰু জনজাতীয় কণ্ঠক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি নৰ্থ ইষ্ট লাইভ (এন ই-লাইভ) আৰু “উপত্যকা ভিত্তিক সংবাদ মাধ্যম”ৰ কাৰ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

ছাত্ৰ নেতাসকলে উপত্যকা ভিত্তিক সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান জনাইছে আৰু এন ই-লাইভক সাংবাদিকতাৰ “নীতিসমূহ ৰক্ষা কৰিবলৈ” আৰু সকলো দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰাৰ আহ্বান জনাইছে।

ছাত্ৰ নেতাসকলৰ মতে, এন ই-লাইভে ইয়াৰ সংবাদ প্ৰতিবেদন আৰু সম্প্ৰচাৰত মণিপুৰৰ জনজাতিসকলৰ কণ্ঠ আৰু উদ্বেগ বাচি বাচি বাদ দি আহিছে।

লগতে পঢ়ক:অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সপক্ষে ৰাইজ আৰু চৰকাৰ

তেওঁলোকে লগতে অভিযোগ কৰে যে ৰাজ্য চৰকাৰৰ সমালোচনামূলক বিষয়বস্তুক ইচ্ছাকৃতভাৱে বাদ দিয়া হৈছে।

ছাত্ৰ নেতাসকলে এন ই-লাইভক অঞ্চলটোৰ বৈচিত্ৰময় কণ্ঠ আৰু উদ্বেগক আন্তৰিকতাৰে প্ৰতিনিধিত্ব কৰি সাংবাদিকতাৰ প্ৰকৃত মনোভাৱ মানি চলিবলৈ আহ্বান জনাইছে।

তদুপৰি, ছাত্ৰ নেতাসকলে উপত্যকাভিত্তিক সংবাদ মাধ্যম বিশেষকৈ দ্য চাংগাই এক্সপ্ৰেছ আৰু আই এছ টি ভিক তীব্ৰ নিন্দা কৰি সংবাদ মাধ্যমৰ নৈতিকতা উলংঘা কৰা, “ভুৱা বাতৰি” বিয়পোৱা, আৰু জনজাতীয়সকলৰ কণ্ঠ দমন কৰা আদি অভিযোগ উত্থাপন কৰিছে।

এই সংবাদ মাধ্যমসমূহে ৰাজ্য চৰকাৰৰ বাবে অপপ্ৰচাৰৰ যন্ত্ৰ হিচাপে কাম কৰা বুলি অভিযোগ উত্থাপন কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ছাত্ৰ নেতাসকলে উপত্যকা ভিত্তিক সকলো সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি অঞ্চলটোত তেওঁলোকৰ উপস্থিতিৰ যিকোনো প্ৰমান প্ৰকাশ কৰি সহযোগিতা আগবঢ়াবলৈ সাধাৰণ জনতাক আহ্বান জনাইছে।

লগতে পঢ়ক:মাজ আকাশত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি মাতি আনিছিল ভয়ংকৰ বিপদ; গ্ৰেপ্তাৰ সেই যাত্ৰী

এই ছাত্ৰ সংগঠনসমূহৰ ভিতৰত আছে কুকি ছাত্ৰ সংগঠন, হামাৰ ছাত্ৰ সন্থা, মিজো জিৰলাই পাউল আৰু জোমি ছাত্ৰ ফেডাৰেচন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd