• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাষাৰ উন্নতিৰ বাবে প্ৰয়োজন গভীৰ টোপনিৰ, গৱেষণাত ওলাল আচৰিত তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2023 7:58 pm
Learn New Words During Deep Sleep
1.4k
VIEWS
Share on FacebookShare on Twitter

ভাষাৰ লগত টোপনি আৰু সপোনৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ভাল টোপনিয়েও আমাৰ ভাষাৰ উন্নতি সাধন কৰে। শেহতীয়াকৈ ইয়ৰ্ক বিশ্ববিদ্যালয়ত কৰা গৱেষণাত দেখা গৈছে যে দুৰাতিৰ টোপনিয়ে আমাৰ ভাষাৰ শব্দৰ সম্ভাৰত এক নতুন শব্দ যোগ কৰে। এই প্ৰক্ৰিয়া চিৰদিনৰ বাবে চলি থাকে।

আমাৰ ভাষাটো টোপনিৰ সময়ত আপডেট হয়। এনেকৈ ক’ৰবাত শুনা শব্দবোৰ আমাৰ ভাষাৰ অংগ হৈ পৰে। ইয়াৰ কাৰণ হ’ল অৱচেতন মনত শব্দৰ প্ৰতি থকা মোহ।

টোপনিত মনটোৱে শব্দৰ লগত খেলা কৰে। এই প্ৰক্ৰিয়াটো ১০ বছৰ বয়সলৈকে অতি দ্ৰুতগতিত চলি থাকে। সেইবাবেই শিশুক সম্পূৰ্ণকৈ শুবলৈ দিয়া উচিত বুলি কোৱা হয়। শিশুৰ দীঘলীয়া টোপনিৰ সময়ত ভাষা শিকাৰ প্ৰক্ৰিয়াটো অব্যাহত থাকে।

আনহাতে সপোনতো মানুহে ভাষা ভালকৈ ব্যৱহাৰ কৰে। ইউনি. অফ ইয়ৰ্কৰ স্লিপ, লেংগুৱেজ এণ্ড কনচিয়নেছ লেবৰ মনোবিজ্ঞানৰ অধ্যাপক গেৰেথ গাস্কেলে কয়, “বহু সময়ত সপোনত আমি এনে ভাষা কওঁ যিটো আমি এতিয়াও শিকি আছো।”

যেনেকৈ ভঙা ভঙা ইংৰাজী জনা হিন্দী ভাষী এজনে সপোনত ইংৰাজীত কথা পতা দেখা যায়। সপোনত মানুহৰ কথিত ভাষাৰ স্তৰ তেওঁৰ প্ৰকৃত ক্ষমতাতকৈও ভাল হৈ পৰে। কাৰণ সপোনত মনটোৱে এনে শব্দৰ বহু ব্যৱহাৰ কৰে, যিবোৰ অৱচেতন মনৰ মাজত লুকাই থাকে।

অধ্যয়নত এইটোও পোৱা গৈছে যে যিসকলে কথা ক’ব নোৱাৰে বা শুনিব নোৱাৰে, তেওঁলোকৰ সপোনত কোনো ভাষা নাথাকে। ইংগিতেৰে কথা পাতে।

গাস্কেলে কয়, “যেতিয়াই আমি নতুন শব্দ এটা শিকো তেতিয়াই ইয়াক ভালদৰে ব্যৱহাৰ কৰিবলৈ শব্দটো মনত আপডেট কৰিব লাগে। ইয়াৰ বাবে টোপনিৰ প্ৰয়োজন। আচলতে টোপনিৰ সময়তহে মগজুৱে ইতিমধ্যে থকা জ্ঞানৰ সৈতে নতুন জ্ঞানৰ মিলন ঘটাবলৈ সক্ষম হয়।”

গৱেষণাটোত এইটোও দেখা গৈছে যে আমি সপোন দেখি থকাৰ সময়ত মগজুৱে সপোন ভাঙিব পৰা শব্দ শুনিবলৈ বন্ধ কৰি দিয়ে।

Recent News

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd