• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চুমি বৰাৰ জামিন মঞ্জুৰ: মুক্তিৰ পথ মুকলি ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2025 11:49 am
130
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য কঁপোৱা বহুকোটি টকাৰ ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত অভিনেত্ৰী চুমি বৰাক জামিন প্ৰদান কৰিছে। ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা চুমি বৰাই ডিব্ৰুগড়ৰ বৰবৰুৱা আৰু দুলীয়াজান থানাৰ গোচৰৰ লগতে কেন্দ্ৰীয় তদন্ত সংস্থা (চিবিআই)ৰ গোচৰতো জামিন লাভ কৰিছে।

ইয়াৰ পিছতে অচিৰেই তেওঁ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি পাব। ইতিমধ্যে এই গোচৰৰ অন্য দুজন প্ৰধান অভিযুক্ত বিশাল ফুকন আৰু চুমি বৰাৰ স্বামী তাৰ্কিক বৰাইও ৩ মে’ত জামিন লাভ কৰি মুক্তি লাভ কৰিছে।

উল্লেখ্য যে এই ট্ৰেডিং কেলেংকাৰীত বিনিয়োগকাৰীৰ পৰা অবৈধভাৱে কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে চুমিৰ জামিনৰ ক্ষেত্ৰত চিবিআইৰ তদন্তত নিৰ্ধাৰিত সময়ৰ ভিতৰত চাৰ্জশ্বীট দাখিল নকৰাৰ কাৰণে ডিফ’ল্ট জামিনৰ সিদ্ধান্ত লয়।

চুমি বৰাৰ জামিনে এই কেলেংকাৰীৰ তদন্তৰ গতিবিধিৰ ওপৰত নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে। এই সিদ্ধান্তই অসমৰ জনসাধাৰণৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd