• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অক্ষয় কুমাৰৰ শাহুৱেক ডিম্পলৰ সৈতে ছানী দেউলৰ প্ৰেম! মুম্বাই স্বাস্থ্য কেন্দ্ৰত উদ্ধাৰ প্ৰমাণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 19, 2023 6:12 pm
35.6k
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ গৰম খবৰ। এসময়ত ধৰ্মেন্দ্ৰৰ বৰপুত্ৰৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল অক্ষয় কুমাৰৰ শাহুৱেক ডিম্পল কাপাডিয়াৰ। কিন্তু ডিম্পল কাপাডিয়াৰ বিয়া হৈছিল ৰাজেশ খান্নাৰ লগত। আনহাতে সেই সময়তে বিবাহপাশত আৱদ্ধ হৈছিল ছানী দেউলো।

অৱশে বিবাহৰ পিছতো সম্পৰ্ক ছেদ হোৱা নাছিল ডিম্পল–ছানীৰ। দুটা সন্তানৰ মাতৃ হৈও ছানীৰে সম্পৰ্ক ৰক্ষা কৰিছিল ডিম্পল কাপাডিয়াই।

বিবাহৰ পিছত ছানীৰে সৈতে থকা সম্পৰ্কৰ কথা গম পাইছিল ডিম্পলৰ স্বামী ৰাজেশ খান্নাই। বিবাহ বৰ্হিভূত সম্পৰ্কত থকাৰ বাবেই ডিম্পলক বিবাহ বিচ্ছেদ দিছিল ৰাজেশ খান্নাই।

ইফালে ডিম্পলৰ সৈতে থকা সম্পৰ্কৰ বাবে ছানীৰ পৰা আঁতৰি যাব খুজিছিল ছানীৰ পত্নীয়ে। লাহে লাহে ছানীৰ লগত ডিম্পলৰ সম্পৰ্কৰ অৱসান ঘটিল বুলি সকলোৱে ভাবিছিল যদিও শেহতীয়া পোহৰলৈ আহিছে আন এক খবৰ।

উল্লেখ্য যে ১৯৮৪ চনত ‘মঞ্জিল মঞ্জিল’ ছবিত একেলগে অভিনয় কৰিছিল ছানী–ডিম্পলে। তাৰ পিছত ‘অৰ্জুন’, ‘আগ কা গোলা’, ‘নৰসিং’ আদি ছবিতো দেখা গৈছিল ডিম্পল–ছানীৰ যুটি।

শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এখন ছবি। মুম্বাইৰ এটা স্বাস্থ্য কেন্দ্ৰত ডিম্পল আৰু ছানীক হাতত ধৰি বহি থকা দেখা গৈছে। এই ছবিখনৰ পৰা এটা কথা পৰিস্ফুট হৈ পৰিছে যে এতিয়াও অন্ত পৰা নাই ডিম্পল কাপাডিয়া আৰু ছানী দেউলৰ সম্পৰ্ক। ইতিমধ্যে এই ছবিখনে যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

উল্লেখ্য যে ডিম্পল কাপাডিয়াৰ কন্যা টুইংকল খান্নাক বিয়া কৰাইছে বলিউডৰ ছুপাৰষ্টাৰ অক্ষম কুমাৰে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd