• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এবিধ বিশেষ আলুৰ উৎপাদনত ব্যস্ত এদল মাৰ্কিন বিজ্ঞানী, কি সেই আলু?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 4, 2021 6:43 pm
173
VIEWS
Share on FacebookShare on Twitter

এবিধ বিশেষ আলুৰ উৎপাদনত এতিয়া ব্যস্ত হৈ পৰিছে এদল মাৰ্কিন বিজ্ঞানী। আলু বিধকলৈ বিজ্ঞানীৰ দলটোৱে বহু সপোনো দেখিছে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱত খাদ্য শস্যকে ধৰি আন বহু গছ-গছনি আদি পৃথিৱীৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে।

বিশ্ব পৰিবেশ বিজ্ঞানীসকলে আশংকা কৰা অনুসৰি উষ্ণতা বৃদ্ধিৰ প্ৰভাৱতে আৰু কেইটামান দশৰ ভিতৰতে সমগ্ৰ বিশ্বৰ পৰা হেৰাই যাব বহু পাচলিকে ধৰি গছ-গছনি।

গোলকীয় উষ্ণতাৰ বাবে বিশ্বৰ পৰা বহু পাচলি আৰু উদ্ভিদ হেৰাই গ’লেও পিছতে সকলোৰে চিনাকী আলু হেৰাই নাযায়। কাৰণ তাৰ ব্যৱস্থা কৰিছে বিজ্ঞানীসকলে।শেহতীয়াকৈ মেইন বিশ্ব বিদ্যালয়ৰ গৱেষকসকলে এনে এবিধ আলু উদ্ভাৱন কৰি উলিয়াইছে যিবিধ আলুৱে অত্যধিক তাপো সহ্য কৰিব পাৰে।

বিজ্ঞানীসকলে উদ্ভাৱন কৰা এনে ‘চুপাৰ পটেটো’ৰ গুণ এয়াই যে ই গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে নিজকে সুন্দৰ ভাবে খাপ খুৱাই ল’ব পাৰিব।বিশ্ববিদ্যালয় খনৰ গৱেষক গ্ৰেগ’ৰী পৰ্টাৰে প্ৰকাশ কৰা মতে উষ্ণতা বৃদ্ধি আৰু বতৰৰ বিষম পৰিৱৰ্তনৰ মাজতো চুপাৰ পটেটো’বিধে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হ’ব।

বতৰৰ পৰিৱৰ্তনে মাতি অনা বিভিন্ন ৰোগৰ পৰাও এনে আলু মুক্ত হৈ থাকিব বুলি বিজ্ঞানীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বতৰৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অত্যধিক বৰষুণ হ’লে, বানৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হ’লেও এনে আলুৱে সকলো পৰিবেশৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰিব।

আমেৰিকাৰ ভাৰ্জিনিয়া,নৰ্থ কেৰ’লিনা,ফ্ল’ৰিডা আদি অঞ্চলত  এই তাপসহনশীল আলু বিধৰ ব্যাপক মাত্ৰাত খেতি কৰা হৈছে। 

যদি বিজ্ঞানীসকলে ভবাৰ দৰেই আলু বিধৰ উৎপাদন প্ৰক্ৰিয়া সঠিক ভাবে আগবাঢ়ে তেন্তে সেয়া হ’ব মানৱ জাতিৰ বাবে এক আশীৰ্বাদ।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd