• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 5, 2025 5:03 pm
60
VIEWS
Share on FacebookShare on Twitter

‘কোন প্ৰকৃত ভাৰতীয় সেই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে ল’ব নোৱাৰে ।’ ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে কৰা তিৰস্কাৰ সন্দৰ্ভত এই মন্তব্য কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ।

উল্লেখ্য যে সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক কৈছিল, ‘‘আপুনি যদি প্ৰকৃত ভাৰতীয়, তেন্তে এনে কথা কোৱা উচিত নহয়।’’

সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক কৈছিল যে ভাৰতৰ এক বৃহৎ অংশ চীনা সেনাই যে দখল কৰিছে সেই কথা আপুনি কেনেকৈ গম পালে? মত প্ৰকাশৰ স্বাধীনতাৰ অৰ্থ এইটো নহয় যে আপুনি যি বিচাৰে ক’ব পাৰে।

উল্লেখ্য যে ২০২০ চনত অৰুণাচল প্ৰদেশৰ গালৱান উপত্যকাত ভাৰত-চীন সামৰিক সংঘৰ্ষ সন্দৰ্ভত লোকসভাৰ ৰাহুল গান্ধীয়ে কৰা এক মন্তব্যক লৈ লক্ষ্ণৌ আদালতত অপৰাধমূলক অৱমাননাৰ গোচৰ ৰুজু হৈছিল। সেই গোচৰৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৰাহুল গান্ধী।

ৰাহুল গান্ধীয়ে ২০২২ চনৰ ১৬ ডিচেম্বৰত ভাৰত জোড়ো যাত্ৰাৰ সময়ত এক বিবৃতিত কৈছিল যে ভাৰতীয় জোৱানক চীনা সৈন্যই নৃশংসভাৱে প্ৰহাৰ কৰিছিল। এই অভিযোগৰ ওপৰত এটা গোচৰ ৰুজু কৰিছিল সীমান্ত পথ সংস্থাৰ প্ৰাক্তন সঞ্চালক উদয় শংকৰ শ্ৰীবাস্তৱে।

এই গোচৰত ভাতৃৰ পক্ষ লৈ উচ্চতম ন্যায়ালয়ে দিয়া ধমক সন্দৰ্ভত আজি প্ৰিয়ংকাই কয় যে উচ্চতম ন্যায়ালয়ে তেওঁৰ ভাষণৰ উদ্দেশ্যৰ ভুল ব্যাখ্যা কৰিছে। কেৰালাৰ ৱায়ানাদৰ সংসদ সদস্য প্ৰিয়ংকাই উচ্চতম ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশসকলৰ প্ৰতি যথাযথ শ্ৰদ্ধা জনাই কয় যে প্ৰকৃত ভাৰতীয় কোন সেইটো তেওঁলোকে সিদ্ধান্ত ল’ব নোৱাৰে। বিৰোধী দলপতিৰ কৰ্তব্য চৰকাৰক প্ৰশ্ন কৰা। চৰকাৰক প্ৰশ্ন কৰিবই। মোৰ ভাতৃয়ে কেতিয়াও সেনাৰ বিৰুদ্ধে একো কোৱা নাছিল। সেনাবাহিনীৰ প্ৰতি তেওঁৰ বহুত শ্ৰদ্ধা আছে, কিন্তু তেওঁ কথাৰ ভুল ব্যাখ্যা কৰা হ’ল।

Recent News

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd