• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিবিকেএছ বনাম এমআই: টি-২০ বিশ্ব অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে সূৰ্যকুমাৰ যাদৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2025 8:43 am
1.5k
VIEWS
Share on FacebookShare on Twitter

আইপিএল ২০২৫ত পিবিকেএছ বনাম এমআইৰ ৬৯ সংখ্যক মেচত পঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত কৰি শীৰ্ষত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়। এই মেচখনত এক বৃহৎ জয় লাভ কৰে পাঞ্জাব কিংছে। অৱশ্যে মুম্বাই পঞ্জাৱৰ হাতত পৰাস্ত হ’লেও টি-২০ ক্ৰিকেটত এক বৃহৎ বিশ্ব অভিলেখ ভংগ কৰি বিশ্ব ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰে সূৰ্য্য কুমাৰ যাদৱে।

পঞ্জাৱৰ বিৰুদ্ধে খেলখনত সূৰ্যকুমাৰ যাদৱে ৩৯টা বলত ৫৭ ৰান সংগ্ৰহ কৰে। তেওঁৰ ৬টা চাৰি আৰু ২টা ছয় সংগ্ৰহেৰে এই গুৰুত্বপূৰ্ণ ইনিংছত টি-২০ ক্ৰিকেটত একেৰাহে ২৫ তকৈ অধিক ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাৰ বিশ্ব অভিলেখ ভংগ কৰে।

উল্লেখ্য যে সূৰ্যকুমাৰ আৰু বাভুমাই ১৩টাকৈ ইনিংছত ২৫তকৈ অধিক ৰান সংগ্ৰহ কৰিছিল। কিন্তু এতিয়া সূৰ্য্যই পঞ্জাৱৰ বিৰুদ্ধে খেলখনত ৫৭ ৰানৰ ইনিংছ খেলি টি-২০ত সূৰ্য্যই একেৰাহে ১৪টা ইনিংছত ২৫তকৈ অধিক ৰান সংগ্ৰহ কৰি বাভুমাৰ অভিলেখ ভংগ কৰে।

ইয়াৰ উপৰিও ৩৩ বছৰীয়া বেটছমেনগৰাকীয়ে মুম্বাই ইণ্ডিয়ানছৰ হৈ এক বিশেষ কৃতিত্ব অৰ্জনেৰে আইপিএলৰ এটা ছিজনত মুম্বাই ইণ্ডিয়ানছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। এই ছিজনত মুম্বাইৰ হৈ সূৰ্য্যই ১৪খন মেচত ৬৪০ ৰান সংগ্ৰহ কৰি ২০১০ চনৰ ছিজনত ৬১৮ ৰান সংগ্ৰহ কৰা মহান শচীন টেণ্ডুলকাৰৰো অভিলেখ ভংগ কৰে।

Tags: CricketNewsCricketRecordsIPL2025MIvsPBKSMumbaiIndiansPBKSSuryakumarStatsSuryakumarYadavT20WorldRecordTembaBavuma

Recent News

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

ইন্দিৰা গান্ধীৰ নামত থকা ষ্টেডিয়ামৰ নাম সলনি! সংবাদমেলত ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ইন্দিৰা গান্ধীৰ নামত থকা ষ্টেডিয়ামৰ নাম সলনি! সংবাদমেলত ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd