• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টী-২০দলত সুযোগ সূৰ্যকুমাৰ, ইশান কিষাণ, তেওৱাটিয়াক; উভতিল পন্টো

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 10:16 am
Indian team for t20 against England
199
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় ক্ৰিকেট দলত খেলাৰ সুযোগ লাভ কৰিছে কেইবাগৰাকীও তৰুণ ক্ৰিকেটাৰে। ইয়াৰ ভিতৰত আছে ঘৰুৱা ক্ৰিকেট তথা আইপিএলত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মুম্বাইৰ সূৰ্যকুমাৰ যাদৱো।

ইংলেণ্ডৰ বিৰুদ্ধে ঘোষণা কৰা টী-২০ দলত স্থান লাভ কৰিছে সূৰ্যকুমাৰ যাদৱে।

ইপিনে, আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ৰাহুল তেওৱাটিয়াইয়ো দলত স্থান পাইছে।

শেহতীয়াকৈ বিজয় হাজাৰে ট্ৰফীত ১১টা ছয় আৰু ১৯টা চাৰিৰে ১৭৩ৰাণৰ বিস্ফোৰক ইনিংছ খেলা ইশান কিষাণেও পাইছে সুযোগ।

শেহতীয়া আইপিএলত আকৰ্ষণীয় প্ৰদৰ্শন দাঙি ধৰা কলকাতা নাইট ৰাইডাৰ্ছৰ বৰুণ চক্ৰৱৰ্তীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় টী-২০দলত স্থান পাইছিল যদিও আঘাতৰ বাবে খেলিব নোৱাৰিলে। আঘাতৰ পৰা মুক্ত হোৱাৰ পাছত এইবাৰ বৰুণকো ইংলেণ্ডৰ বিৰুদ্ধ ঘোষণা কৰা টী-২০দলত অন্তৰ্ভুক্ত কৰা হৈছে।

আনহাতে, অষ্ট্ৰেলিয়া ভ্ৰমণত চমক সৃষ্টি কৰা আৰু ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত দেখুওৱা প্ৰদৰ্শনৰ পাছত টী-২০দললৈ উভতিছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্টো।

ভাৰতৰ টী-২০ দলটোঃ বিৰাট কোহলি (অধিনায়ক), ৰোহিত শৰ্মা (উপ অধিনায়ক), লোকেশ ৰাহুল, শিখৰ ধাৱান, শ্ৰেয়স আয়াৰ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ট (উইকেটকীপাৰ), ইশান কিষাণ (উইকেটকীপাৰ), যুজবেন্দ চাহাল, বৰুণ চক্ৰৱৰ্তী, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰাহুল তেওৱাটিয়া, টি নটৰাজন, ভুৱনেশ্বৰ কুমাৰ, দীপক চাহাৰ, নৱদীপ চাইনী আৰু শাৰ্দুল ঠাকুৰ।

Recent News

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd