• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ আকাশচুম্বী উছাহ : সৰ্বকালৰ অভিলেখ ভংগ ‘দিল বেচেৰা’ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 2:24 pm
dil-bechara1
13.5k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ সদ্য প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ আকাশসম উছাহে গঢ়িলে এক নতুন ইতিহাস।

কালি সন্ধিয়া অ’টিটি প্লেটফৰ্মত সুশান্ত সিং ৰাজপুতৰ অন্তিমখন চিনেমা দিল বেচেৰা -ক মুক্তি দিয়া হয়।

ছবিখনে মুক্তি লাভ কৰাৰ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে গঢ়িছে অ’টিটি প্লেটফৰ্মত সৰ্বকালৰ অভিলেখ।

IMDb (Internet Movie Database)ৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িছে দিল বেচাৰা-এ।

উল্লেখ্য যে, দিল বেচেৰা-এ কেৱল বলিউদ তথা ভাৰতীয় চিনেমাৰে অভিলেখ ভংগ কৰা নাই, হলিউদৰ চিমেৰা ৰেটিঙৰ অভিলেখো মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে ভংগ কৰিছে।

খবৰ অনুসৰি আজিলৈকে মুক্তি লাভৰ মাত্ৰ তিনি ঘণ্টাৰ ভিতৰত কোনো ছবিয়েই IMDbৰ ইমান হাই-ৰেটিং লাভ কৰা নাছিল।

মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে দিল বেচেৰাই IMDb ৰেটিঙত ১০ ভিতৰত ১০ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে IMDbৰ টপ ৰেটেড ভাৰতীয় ছবিখন আছিল কমল হাছান আৰু আৰ মাধৱনৰ ২০০৩ বৰ্ষৰ তামিল ছবি আনবে শিৱম।

ইফালে দিল বেচেৰা-এ সৰ্বকালৰ অভিলেখ ভংগ কৰি লাভ কৰা এই অভাৱনীয় IMDbৰ ৰেটিঙক একাংশই সমালোচনা কৰাও দেখা গৈছে।

সমালোচকসকলে আৱেগৰ ঢলেৰে ছবিৰ ৰেটিং কেনেকৈ নিৰ্ণয় কৰিব পাৰি বুলিও মন্তব্য কৰিছে।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd