• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় বজৰং দলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওকঃ ডি ৱাই এফ আই

অস্ত্ৰৰ প্ৰশিক্ষণ লোৱাৰ পাছতো আৰক্ষী-প্ৰশাসন নিমাত কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2023 9:35 pm
236
VIEWS
Share on FacebookShare on Twitter

মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰ খেল পথাৰত ৰাষ্ট্ৰীয় বজৰং দলে অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা কাৰ্যত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক স্তম্ভিত হৈ পৰিছে আৰু এই বে-আইনী কাৰ্যৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে।

উল্লেখ্য যে, মঙলদৈ চহৰৰ মাজ-মজিয়াত ৰাষ্ট্ৰীয় বজৰং দলৰ ৪০০ সদস্যক ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈ  আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ  দিয়া হৈছিল।

প্ৰশ্ন হৈছে সহস্ত্ৰ প্ৰশিক্ষণ ল’বলৈ আৰক্ষী প্ৰশাসনে কেনেকৈ অনুমতি দিলে ? আৰু যদি অনুমতি দিয়া নাই তেন্তে এটা সংগঠনে কেনেকৈ অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ সুবিধা পালে ? যি সময়ত অন্য দল-সংগঠনে সাধাৰণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী হাতত ল’লেই আৰক্ষী বাহিনীয়ে শ শ আৰক্ষী জোৱান মোতায়ন কৰি প্ৰতিবাদ বন্ধ কৰিবলৈ উঠি-পৰি লাগে তেনে সময়ত বজৰং দলে সশস্ত্ৰ প্ৰশিক্ষণ লোৱাৰ সুবিধা কেনেকৈ পালে সেয়া প্ৰশ্নৰ বিষয় । সংবিধান বিৰোধী তথা বে-আইনী এই অনুষ্ঠানক লৈ আৰক্ষী বাহিনী আৰু মুখ্যমন্ত্ৰীয়ে নিমাত হৈ থকাটো দেশৰ আইন শৃংখলা আৰু আভ্যন্তৰিণ শান্তি-সম্প্ৰীতিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালত ৰাজ্যত মুকলি অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অৰ্থই হৈছে দেখ-দেখ কৈ সংবিধান উলংঘা কৰা।

মুকলি অস্ত্ৰ প্ৰশিক্ষণৰ দৰে এনে এক স্পৰ্শকাতৰ বিষয়ত তৎকালে হস্তক্ষেপ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ওচৰত ডি ৱাই এফ আইয়ে দাবী জনাইছে।

আৰক্ষীয়ে যাতে আইন অনুসৰি কাম কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈও ডি ৱাই এফ আইয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd