• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০০০ কোটি টকাৰ শিক্ষা পুঁজি বন্ধঃ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ বিৰুদ্ধে গোচৰ ৰুজো কৰিলে তামিলনাডু চৰাকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2025 12:21 pm
180
VIEWS
Share on FacebookShare on Twitter

তামিলনাডু চৰকাৰে সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত২০০০ কোটি টকাৰো অধিক শিক্ষা পুঁজি মুকলি কৰি নিদিয়াৰ  অভিযোগত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজো কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ আৰু পি এম শ্ৰী আঁচনি সম্পূৰ্ণৰূপে গ্ৰহণ নকৰাৰ কাৰণে কেন্দ্ৰই এই ধন মুকলি কৰি দিয়া নাই বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে । মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত  ৰাজনীতি কৰাৰ কথা অভিযোগ উত্থাপন কৰি কয় যে এই পুঁজি বিদ্যালয়ৰ উন্নতি, শিক্ষকৰ প্ৰশিক্ষণ আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে অতি প্ৰয়োজনীয়।

তামিলনাডুৱে ৬% সুতৰ সৈতে ২,১৫১.৫৯ কোটি টকাকে ধৰি মুঠ ২,২৯১ কোটি টকা মুকলি কৰাৰ দাবী জনাইছে, যাতে শিক্ষা কাৰ্যসূচীৰ কাম আগবঢ়াই নিব পৰা যায়। ৰাজ্যখনে যুক্তি দৰ্শাইছে যে তেওঁলোকৰ নিজা দুভাষিক নীতি থকাৰ বাবে আৰু NEP-ৰ তিনিভাষিক সূত্ৰৰ বিৰোধিতা কৰাৰ কাৰণে কেন্দ্ৰৰ এই ধন মুকলি কৰি নিদিয়াৰ সিদ্ধান্ত অন্যায়। এই আইনী সংগ্ৰামে শিক্ষা নীতি আৰু পুঁজিৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ ক্ৰমবৰ্ধমান উত্তেজনাক উজ্জ্বল কৰি তুলিছে। তামিলনাডুৰ জনাইছে যে এই ধন ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ উন্নয়নৰ বাবে অপৰিহাৰ্য।

উল্লেখ্য যে এয়াই প্ৰথম নহয় যে তামিলনাডুৱে কেন্দ্ৰৰ এনে কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ষ্টেলিনে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজো কৰাৰ পৰিকল্পনা ঘোষণা কৰি কৈছিল যে ৰাজনৈতিক মতভেদৰ কাৰণে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ক্ষতি হ’ব নালাগে। তামিলনাডুৰ লগতে কেৰেলা আৰু পশ্চিম বংগৰ দৰে ৰাজ্যসমূহেও শিক্ষা পুঁজিৰ ক্ষেত্ৰত কেন্দ্ৰৰ সৈতে একে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিছে  শিক্ষা পুঁজিৰ বিতৰণৰ পদ্ধতি আৰু NEP গ্ৰহণ নকৰাৰ বাবে ৰাজ্যসমূহৰ প্ৰতি কি ব্যৱস্থা গ্ৰহণ কৰিব।

Recent News

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd