• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চোৰাংচোৱা সংস্থা(আই বি)ৰ সঞ্চালক হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি হ’ল অসম সন্তান তপন কুমাৰ ডেকাৰ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 20, 2025 6:20 pm
52
VIEWS
Share on FacebookShare on Twitter

চোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক হিচাপে আইপিএছ তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

তেওঁৰ কাৰ্যকাল ২০২৫ চনৰ ৩০ জুন তাৰিখত অন্ত পৰিবলগা আছিল যদিও  তেওঁৰ সেৱাৰ সময়সীমা আৰু এবছৰলৈ বৃদ্ধি কৰা হৈছে।

সৰ্বভাৰতীয় সেৱা (মৃত্যু-সহ-অৱসৰৰ সুবিধা নীতি, ১৯৫৮ৰ মৌলিক নিয়ম ৫৬(ঘ) আৰু ১৬(১ক)ৰ নীতি শিথিল কৰি এই কাৰ্যকাল বৃদ্ধিৰ অনুমতি প্ৰদান কৰা হৈছে।

হিমাচল প্ৰদেশ কেডাৰ, ১৯৮৮ বেচৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডেকাই প্ৰথমে ২০২২ চনৰ জুলাই মাহত আই বি সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল।

ইফালে অসম চৰকাৰে আনুষ্ঠানিকভাৱে হৰমীত সিঙক অসম আৰক্ষী সঞ্চালক প্ৰধান হিচাপে স্থায়ী নিযুক্তি দিছে। উল্লেখ্য যে পূৰ্বে হৰমিত সিঙে ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল, লগতে অসামৰিক প্ৰতিৰক্ষা সঞ্চালক প্ৰধান আৰু হোম গাৰ্ডৰ কমাণ্ডেণ্ট জেনেৰেলকে ধৰি জটিল বিভাগসমূহো পৰিচালনা কৰিছিল।

Recent News

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

কৰ্ণেল কুৰেশ্বীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ

কৰ্ণেল কুৰেশ্বীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ

ন্যায়িক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে ৩ বছৰীয়া আইনী চৰ্চা বাধ্যতামূলক উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে ৩ বছৰীয়া আইনী চৰ্চা বাধ্যতামূলক উচ্চতম ন্যায়ালয়ৰ

চোৰাংচোৱা সংস্থা(আই বি)ৰ সঞ্চালক হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি হ’ল অসম সন্তান তপন কুমাৰ ডেকাৰ

চোৰাংচোৱা সংস্থা(আই বি)ৰ সঞ্চালক হিচাপে এবছৰৰ কাৰ্যকাল বৃদ্ধি হ’ল অসম সন্তান তপন কুমাৰ ডেকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd