• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2025 7:22 pm
133
VIEWS
Share on FacebookShare on Twitter

টাটা গ্ৰুপে ৰাফেল যুদ্ধ বিমানৰ গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ নিৰ্মাণ কৰিব। ইতিমধ্যে টাটা গ্ৰুপে ফ্ৰান্সৰ কোম্পানী ডাছ’ল্ট এভিয়েশ্যনৰ সৈতে ৰাফেল যুঁজাৰু বিমানৰ কিছু অংশ নিৰ্মাণৰ চুক্তিত স্বাক্ষৰ কৰিছে।

বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে টাটা এডভান্সড চিষ্টেমছে। এই চুক্তিৰ জৰিয়তে টাটা গ্ৰুপৰ প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণৰ পদক্ষেপ আৰু অধিক শক্তিশালী হৈছে। ইয়াৰ লগতে ‘মেক ইন ইণ্ডিয়া’ প্ৰতিৰক্ষা প্ৰকল্পই আৰু অধিক গতি লাভ কৰিলে।

টাটা এডভান্সড চিষ্টেমছৰ সৈতে ডাছ’ল্ট এভিয়েশনে চাৰিটা প্ৰডাকচন ট্ৰেন্সফাৰ চুক্তিত স্বাক্ষৰ কৰিছে। সেই চুক্তি অনুসৰি টাটা গ্ৰুপে ৰাফেলৰ ফিউজেজ নিৰ্মাণ কৰিব। অৰ্থাৎ টাটা এডভান্সড চিষ্টেমে যুদ্ধ বিমানখনৰ বডি শ্বেল বা গঠন নিৰ্মাণ কৰিব। যুঁজাৰু বিমানৰ বাহিৰৰ অংশতো বহুতো ভিন্ন অংশ থাকে। এই সকলোবোৰ নিৰ্মাণৰ বাবে টাটাই ফ্ৰান্সৰ কোম্পানীটোৰ সৈতে চুক্তিবদ্ধ হৈছে।

বিশেষজ্ঞসকলৰ মতে এই চুক্তিখন ভৱিষ্যতৰ বাবেও এক যুগান্তকাৰী হ’ব। কাৰণ এইবাৰ প্ৰথমবাৰৰ বাবে ৰাফেল যুঁজাৰু বিমানৰ কোনো অংশ ফ্ৰান্সৰ বাহিৰত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। বৰ্তমান ভাৰতীয় সেনাৰ হাতত থকা সকলো ৰাফেল যুদ্ধ বিমান ফ্ৰান্সত নিৰ্মিত।

ৰাফেল যুদ্ধ বিমান নিৰ্মাণৰ বাবে হায়দৰাবাদত এটা বিশেষ মেনুফেকচাৰিং ফেছিলিট স্থাপন কৰা হ’ব। ৰাফেলৰ গাঁথনিগত উপাদানসমূহ তাতেই নিৰ্মাণ কৰা হ’ব। এই সন্দৰ্ভত ডাছল্ট এভিয়েশনৰ চিইঅ’ এৰিক ট্ৰেপিয়াৰে কয়, ‘এই পদক্ষেপে ভাৰতৰ সৈতে আমাৰ যোগান শৃংখল আৰু অধিক শক্তিশালী কৰিব। টাটা ভাৰতৰ অন্যতম বৃহৎ ঔদ্যোগিক গোষ্ঠী।’

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd