• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেতন বঞ্চিত শিক্ষকৰ আন্দোলন : শিক্ষামন্ত্ৰী ভট্টাচাৰ্যৰ মন্তব্যক ঐক্যমঞ্চৰ গৰিহণা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2018 8:40 am
siddhartha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৭ ছেপ্টেম্বৰত ৰাজ্যৰ বেতন বঞ্চিত শিক্ষকসকলৰ সৈতে চৰকাৰে আলোচনাত বহিব।ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কথা ঘোষণা কৰে। ইপিনে বৰপেটাত বুধবাৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত যে বেতন বঞ্চিত শিক্ষকসকলে যিমানেই আন্দোলন কৰি ভয়-ভাবুকি নিদিয়ক কিয়, চৰকাৰে কেতিয়াও কেৰেপ নকৰে।

ভট্টাচাৰ্যই, তেওঁ শিক্ষা মন্ত্ৰী হৈ থকা কালত শিক্ষক সংগঠনৰ এনে আন্দোলনৰ ওচৰত কেতিয়াও সেও নামানে বুলি স্পষ্ট কৰি দিয়ে। বেতন বঞ্চিত শিক্ষকসকলে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কোনো সংগঠনে ভয়-ভাবুকি দি দাবী মানিবলৈ বাধ্য কৰোৱাটো চৰকাৰে কেতিয়াও সহ্য নকৰে।

আনহাতে, চৰকাৰে বেতন বঞ্চিত শিক্ষকসকলক আলোচনাৰ বাবে মতাৰ পাছতো তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী চলাই থকাটো দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

তাৎপৰ্যপূৰ্ণভাৱে, শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই ৰাজ্যৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ চৰকাৰে ৰাজ্যৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহ পৰ্যায়ক্ৰমে প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে, শিক্ষামন্ত্ৰীৰ মন্তব্যক তীব্ৰ গৰিহণা দিছে শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুশল কুমাৰ হালৈ, কাৰ্যকৰী সভাপতি ছাবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক প্ৰেছ বিবৃতিযোগে বৰ্তমানৰ চৰকাৰখনে প্ৰাদেশিকীকৰণ সম্পৰ্কত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ নীতিকে গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে।

ঐক্যমঞ্চই পূৰ্বৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবামাহ পূৰ্বে ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ কাম সম্পন্ন কৰা হ’ব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে বৰপেটাত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত শিক্ষকৰ হেঁচাত চৰকাৰে কাম নকৰে বুলি কৰা মন্তব্য অতিকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd