• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাত্ৰ-ছাত্ৰীক চেণ্ডেল মেৰামতি কৰিবলৈ পঠোৱাৰ অভিযোগত শিক্ষকক বৰ্খাস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2019 11:53 am
Students Image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

1.8k
VIEWS
Share on FacebookShare on Twitter

উত্তৰপ্ৰদেশৰ অযোধ্যৰ খাজুৰাহাট চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক পিন্ধি থকা চেণ্ডেল মেৰামতি কৰিব পঠোৱাৰ অভিযোগত বৰ্খাস্ত কৰা হয়।

ঘটনা সংক্ৰান্তত এগৰাকী শিক্ষা মিত্ৰকো নিলম্বনৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।

এগৰাকী স্থানীয় সংবাদ দাতাই স্কুল বেগৰ সৈতে থকা ছাত্ৰ-ছাত্ৰীক দেখি সংগ্ৰহ কৰা বাতৰিত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

সাংবাদিক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কিয় বিদ্যালয়লৈ যোৱা নাই বুলি প্ৰশ্ন কৰোতে তেওঁলোকে বিদ্যালয়খনৰ শিক্ষ মিত্ৰ ৰজনী গুপ্তাই তেওঁলোকক চেণ্ডেল মেৰামতিৰ বাবে পঠাইছে বুলি উল্লেখ কৰে।

সাধাৰণ শিক্ষা বিষয়া সন্তোষ দেৱ পাণ্ডে ঘটনাটোৰ ভিডিঅ’ চাই ইয়াৰ লগত জড়িত থকা ৰজনি গুপ্তাক নিলম্বন কৰাৰ লগতে শিক্ষক ৰীনা গুপ্তাক বৰ্খাস্ত কৰে।

ঘটনা সন্দৰ্ভত এক তদন্ত ঘোষণা কৰা বুলিও জানিব পৰা গৈছে।

‘‘ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ পঢ়িবলৈ আহে এই ক্ষেত্ৰত যদিহে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে তেওঁলোকক অন্য কামত লগাই তেন্তে নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব,’’ শিক্ষা বিষয়াগৰাকীয়ে কয়।

বিভিন্ন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ মজিয়া, প্ৰস্ৰাৱগাৰ আদিও পৰিস্কাৰ কৰিব দিয়া হয়।

Recent News

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd